Category: Assamese News

ONGC পাইপ লাইনৰ খাৰুৱা তেলেৰে প্লাৱিত ৰোৱতী পথাৰ

ONGC পাইপ লাইনৰ খাৰুৱা তেলেৰে প্লাৱিত ৰোৱতী পথাৰ

নাজিৰাৰ অ’ এন জি চি অসম সম্পদৰ কাৰ্য্যবাহী  সঞ্চালকৰ কাৰ্য্যলয়ৰ পৰা পাঁচ কিঃমিঃ নিলগত অ’এন জি চিৰ পাইপ লাইনৰ বিজুতিৰ বাবেই হাহাকাৰৰ  সৃষ্টি হৈছে অঞ্চলটোৰ কৃষক ৰাইজৰ ।  কৃষকৰ ভৰষাৰ থলী মেছাগড় বৰপথাৰৰ মলাগাঁও অংশত যোৱা কালি নিশাৰেপৰা পথাৰত বৈ পৰা প্ৰচুৰ খাৰুৱা তেলৰ প্ৰাদুৰ্ভাৱে ৰুই যোৱা মাটি কলা তেলৰ

ক’ভিড–১৯ বিধৱা সাহায্য: গোলাঘাটত স্বামীহাৰা ৩৫ মহিলাক সাহায্যৰ চেক ড০ শর্মাৰ

ক’ভিড–১৯ বিধৱা সাহায্য: গোলাঘাটত স্বামীহাৰা ৩৫ মহিলাক সাহায্যৰ চেক ড০ শর্মাৰ

কেতিয়াবা যদি পুষ্পবৃষ্টি, কেতিয়াবা আকৌ চৰণ চুই সেৱা৷ কেতিয়াবা আকৌ বহু মাতৃয়ে সন্তান তুলি দিয়ে তেওঁৰ হাতত৷ সেইজন ব্যক্তিক এইবাৰ ভগৱানৰ অংশ আখ্যা৷ হয়, সেই ব্যক্তিজন হৈছে অসমৰ নৱনির্মিত চৰকাৰৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ ড্রাগ্ছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে জব্দকৃত ড্রাগ্ছৰ দাহন কার্যসূচী শুভাৰম্ভ কৰিবলৈ আজি গোলাঘাটত উপস্থিত হয় মুখ্যমন্ত্রী

বঢ়মপুৰত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজহুৱাভাৱে দাহ কৰিলে বৰবিহ ড্রাগছ

বঢ়মপুৰত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজহুৱাভাৱে দাহ কৰিলে বৰবিহ ড্রাগছ

যুৱপ্রজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া বৰবিহ ড্রাগ্ছ পুনৰ দেওবাৰে ৰাজহুৱাভাৱে দাহন হ’ল৷ ৰাজ্যত শনিবাৰে প্রথমবাৰৰ বাবে ৰাজহুৱাকৈ এই বৰবিহক নিজহাতে দাহ কৰাৰ পাছত আজিও বহমপুৰত দাহ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ড্রাগ্ছৰ বিৰুদ্ধে বিগত দুমাহে চলাই অহা কঠোৰ অভিযানত জব্দকৃত ৯.৭৩৩ কেজি হেৰ’ইন, ২৫৩.৩০১ কোজি গাঞ্জা, ৯৭৭ অ’পিয়াম, ৭৮৩৪০

মেট্রিকত শিক্ষার্থীক ষ্টাৰ–ডিষ্টিংচনৰ নামত ধন সংগ্রহঃ বিদ্যালয়সমূহৰ পৰিদর্শকসহ ৪ বিষয়া–কর্মচাৰীক জেৰা

মেট্রিকত শিক্ষার্থীক ষ্টাৰ–ডিষ্টিংচনৰ নামত ধন সংগ্রহঃ বিদ্যালয়সমূহৰ পৰিদর্শকসহ ৪ বিষয়া–কর্মচাৰীক জেৰা

বিকল্প মূল্যায়ন পদ্ধতিৰ নামত ধন ঘটাত নামিছে একাংশ শীর্ষ বিষয়া৷ মেট্রিকত ষ্টাৰ, ডিষ্টিংচন প্রদানৰ প্রলোভনেৰে বহু শিক্ষা বিষয়াই শিক্ষার্থীৰ অভিভাৱকৰ পৰা বৃহৎ পৰিমাণৰ উৎকোচ সংগ্রহ কৰাৰ লজ্জাজনক ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে৷ এনে দুষ্কার্যত জড়িত চাৰি শিক্ষা বিষয়াক শনিবাৰে আৰক্ষীয়ে জেৰা কৰাৰ লগতে তেওঁলোকৰ ম’বাইল ফোন, নথি–পত্র আদি জব্দ কৰে৷ জেৰাৰ সন্মুখীন

ঠেলাত চিকিৎসালয়লৈ প্ৰেৰণ গৰ্ভৱতী মহিলাক

ঠেলাত চিকিৎসালয়লৈ প্ৰেৰণ গৰ্ভৱতী মহিলাক

ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ নামত, জন-জাতিক সুৰক্ষিত কৰাৰ নামত কিমান শৰাধ কৰিব চৰকাৰী ধন? ৰাজ‍্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবে স্বায়ত্ব শাসনৰ ব‍্যৱস্থা কৰিছে যদিও কিমান সফল এই ব‍্যৱস্থা? বছৰ-বছৰ ধৰি নগাঁও জিলাৰ সীমামূৰীয়া কাৰ্বি-আংলং জিলাৰ বহু অঞ্চলৰ বাট-পথ, স্বাস্থ‍্য-শিক্ষা উন্নয়নৰ যি স্বৰূপ, সেই উন্নয়নে কাৰ্বি ৰাইজক জীয়াতু ভোগাই আহিছে। নগাঁও কাৰ্বি-আংলং সীমান্তৱৰ্তী