মহানগৰীৰ গড়ভঙা বনাঞ্চলৰ পৰা অলপতে দুগৰাকী ব্যৱসায়ীক অপহৰণ কৰা ঘটনাৰ সৈতে জড়িত তিনি অপহৰণকাৰীক গড়চুক আৰক্ষীয়ে আজি ৰাণীৰ পৰা গ্রেপ্তাৰ কৰে৷ ধৃত অপহৰণকাৰীকেইটা ক্রমে পলাশবাৰীৰ কমলা ৰংপী (২৮), ৰাজু ৰংপী (২৬) আৰু আমূল বে’ বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে যোৱা ৩০ জুনত জাপৰিগোগৰ কুশল কলিতা আৰু নুনমাটিৰ জয়ন্ত কছাৰীক
Category: Assamese News
সুস্বাদু আম উপহাৰেৰে ভাৰতৰ সৈতে কূটনৈতিক সম্পর্ক অধিক মধুৰ কৰি তুলিছে বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই৷ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপৰি পশ্চিমবংগ আৰু ত্রিপুৰাৰ পাছত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈও হাৰিভাঙাৰ সুস্বাদু আম প্রেৰণ কৰিছে বাংলাদেশৰ প্রধানমন্ত্রীগৰাকীয়্৷ ড০ শর্মালৈ ৰংপুৰৰ বিখ্যাত হাৰিভাঙাৰ ৩০০ কিলোগ্রাম সুস্বাদু আম আজি প্রেৰণ কৰিছে বাংলাদেশ
১২ জুলাইৰ পৰা অনুষ্ঠিত হ’ব লগা অসম বিধানসভাৰ বাজেট অধিৱেশনলৈ লক্ষ্য ৰাখি আজি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে জ্যেষ্ঠ সাংবাদিক প্রাণজিৎ শইকীয়াক অধ্যক্ষ হিচাপে লৈ এখন ১৩জনীয়া মিডিয়া এডভাইজৰী কমিটী গঠন কৰি দিছে৷ উপাধ্যক্ষ হিচাপে আছে জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ নাথ৷ কমিটীৰ সচিব হিচাপে আছে হৰেন বুঢ়াগোহাঁই আৰু যুটীয়া সচিবৰূপে আছে আফ্রিদা
নিবনুৱা যুৱক-যুৱতীসকলে এতিয়াৰে পৰা নিয়োগ বিনিময় কেন্দ্ৰলৈ (Employment Exchange Centre)নোযোৱাকৈ অনলাইন যোগে পঞ্জীয়ন কৰিব পাৰিব। বুধবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে। এই বিষয়ে আজি এখন সংবাদমেলত প্ৰকাশ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।
কামৰূপ(ম)ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে সংবাদমেল যোগে জনালে গুৱাহাটীত ক’ৰ’না নিয়ন্ত্ৰণৰ বাবে কঠোৰভাৱে বলবৎ কৰা হ’ব ক’ভিড প্ৰ’টকল ৷ তাৰ বাবে গুৱাহাটীত এডিচিৰ নেতৃত্বত টাস্ক ফ’ৰ্ছ গঠন কৰা হ’ব। ৫বজাৰ পিছত কোনো সান্ধ্যভ্ৰমণৰ নামত বাহিৰলৈ ওলালে লোৱা হ’ব উপযুক্ত ব্যৱস্থা ৷ উক্ত সংবাদমেলতে উপায়ুক্ত পেগুৱে কয় যে, মাস্ক নিপিন্ধা লোকে জৰিমনা