মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মমিন, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, লোকনিৰ্মাণ বিভাগ(ভৱন)ৰ আয়ুক্ত ৰাজ চক্ৰৱৰ্তীকে ধৰি কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত অসম বিধানসভাৰ নতুন ভৱন নিৰ্মাণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। পৰিদৰ্শন আৰু পৰ্যালোচনাৰ
Category: Assamese News
ৰে’লৰ টিকট ক্ৰয় কৰোঁতে বহুতো লোক অসাধু দালাল বা প্ৰৱঞ্চক টেভেল এজেণ্টৰ ফান্দত পৰে। তেওঁলোকৰ পৰা টিকট বহুত বেছি মূল্যত ক্ৰয় কৰক। ভাৰতীয় ৰে’লৱেই এতিয়া এই চক্ৰটো বন্ধ কৰিবলৈ এটা নতুন নীতি বিবেচনা কৰিছে। আগন্তুক দিনত, আইআৰচিটিচি(IRCTC) ৱেবছাইটৰ পৰা অনলাইন টিকট বুক কৰিবলৈ যাত্ৰীৰ ব্যক্তিগত নথিপত্ৰ লাগিব পাৰে। কি কি
এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে অসম অৰক্ষী নহয় ৷ গৰৈমাৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযানত নামিল সচেতন ৰাইজ ৷ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ কানহাৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷খবৰ অনুসৰি কানহাৰা গাঁৱত দীৰ্ঘদিনৰে পৰা একাংশ ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ সৰবৰাহকাৰীয়ে টিঘিলঘিলাই আছিল ৷ ড্ৰাগছ সেৱানকাৰীৰ উদ্ভণ্ডালীত কানহাৰা গাঁৱৰ ৰাইজ অতিষ্ট হৈ আজি স্থানীয় ৰাইজে
ধুবুৰীৰ চাপৰ হাতীপোতা শ্ৰীগ্ৰাম গাঁৱৰ আব্দুল ওহাব আৰু আব্দুল ৰহিম নামৰ দুই ভাই-ককাইৰ ঘৰত ডকাইতি ঘটনাৰ মুল মাষ্টাৰ মাইণ্ড তথা কুখ্যাত ডকাইত ছহিদুল ইছলাম অৱশেষত গ্ৰেপ্তাৰ। বিগত কেইবাদিনো পলাতক ছহিদুলৰ সন্ধানত ধুবুৰী আৰক্ষীয়ে অভিযান চলাই অসম-মেঘালয় সীমান্তৰ পৰা কৰায়ত্ত কৰে চাপৰ হাতীপোতাৰ ডকাইটি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড ছহিদুল। হাতীপোতাত ডকাইত
পেহা শহুৰৰ কামনা বলি ভতিজা বোৱাৰী মৰিগাঁৱৰ ভেলৌগুৰি থানাত এজাহাৰ দাখিল পেহা শহুৰ ৰফিকুল ইছলামৰ বিৰুদ্ধে ৭৪/২১ . নম্বৰৰ এটি গোচৰ পঞ্জীয়ন কৰে আৰক্ষীয়ে। এক ভয়ানক ঘটনাই জোকাৰি গৈছে মৰিগাও । সুতাৰ গাৱ পাৱলিক হাই স্কুলৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী ৰফিকুল ইছলামৰ কামনাৰ বলি হ’ল নিজা ভতিজা বোৱাৰী । এই ঘটনা সংঘটিত হৈছে