ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি, ৰাষ্ট্ৰবাদী নেতা ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ পুণ্য তিথি উপলক্ষে বুধবাৰে সমগ্ৰ দেশতে বলিদান দিৱস পালন কৰা হয় । সমান্তৰালকৈ বিজেপিৰ অসম প্ৰদেশৰ ৩৯ খন সাংগঠনিক জিলা, ৩৯৯ টা মণ্ডল আৰু ২৮ হাজাৰ বুথ সমিতিৰ উদ্যোগতো বলিদান দিৱস পালন কৰা হয় । ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগতে মুখ্যমন্ত্ৰী,
Category: Assamese News
ড্ৰাগছ সৰবৰাহকাৰীৰ প্ৰলোভনক অগ্রাহ্য কৰি সততা আৰু নিষ্ঠাৰে এখন যাত্রীবাহী বাছৰ পৰা কেইবা কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা কাৰ্বি আংলং জিলাত নিয়োজিত গৃহৰক্ষী জোৱান বৰছিং বে’ক বুধবাৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই বিশেষভাৱে পুৰষ্কৃত কৰে ৷ এই পুৰষ্কাৰত এক লাখ টকা চেক প্ৰদান কৰাৰ লগতে এখন প্ৰশংসা পত্ৰ প্ৰদান
ৰাজ্যৰ তিনিটা বিধানসভা সমষ্টিত পৰৱৰ্তী ছমাহৰ ভিতৰত উপ-নিৰ্বাচন(By election) অনুষ্ঠিত হোৱাটো নিশ্চিত । কিন্তু ৰাজ্যৰ ৰাজনীতিত এতিয়া সবাতোকৈ চৰ্চিত বিষয়টো হ’ল উপ নিৰ্বাচন কেৱল তিনিটা সমষ্টিতে অনুষ্ঠিত হ’ব নে তাতোকৈ অধিক সমষ্টিত অনুষ্ঠিত হ’ব ? উল্লেখযোগ্য যে, বিগত মে’ মাহত বিটিআৰৰ অন্তৰ্গত দুটাকৈ বিধানসভা সমষ্টি বিধায়ক শূন্য হ’ল । গোঁসাইগাঁও
ড্রাগ্ছ জেহাদৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ ড্রাগ্ছবিৰোধী অভিযানত কোটি কোটি টকাৰ ড্রাগ্ছসহ গ্রেপ্তাৰ হৈছে ড্রাগ্ছ সৰবৰাহকাৰী৷ ৰাজ্যজুৰি চলা ড্রাগ্ছবিৰোধী অভিযানৰ পাছতে বন্ধ হৈ পৰিছে ড্রাগ্ছৰ সাম্রাজ্য৷ ড্রাগ্ছৰ ব্যৱসায় প্রায় বন্ধ হৈ যোৱাৰ পাছতে ড্রাগ্ছ আসক্ত যুৱক–যুৱতীসকলে ড্রাগ্ছ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷ ড্রাগ্ছ সেৱন কৰিবলৈ নাপাই একাংশ ড্রাগ্ছ
মহানগৰীৰ হাতীগাঁৱৰ মাদাৰ বৃদ্ধাশ্রমৰ সভাপতি–সম্পাদকৰ সংঘাতৰ বাবেই আইতাসকল চিন্তিত হৈ পৰিছে৷ মাদাৰ বৃদ্ধাশ্রমৰ পৰিচালনাৰ দায়িত্বত থকা সভাপতি উৎপল হর্ষবর্ধন আৰু সম্পাদক মণিকাৰ সংঘাতে ক্রমাৎ জটিল ৰূপ ধাৰণ কৰাত আজি আৱাসীসকলে উদ্রেক প্রকাশ কৰাৰ লগতে একাংশই আহাৰ গ্রহণৰ পৰা বিৰত থাকে৷ অৱশ্যে পৰৱর্তী সময়ত আইতাসকলে আহাৰ গ্রহণ কৰা বুলি জানিব পৰা