কামৰূপ(ম)ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে সংবাদমেল যোগে জনালে গুৱাহাটীত ক’ৰ’না নিয়ন্ত্ৰণৰ বাবে কঠোৰভাৱে বলবৎ কৰা হ’ব ক’ভিড প্ৰ’টকল ৷ তাৰ বাবে গুৱাহাটীত এডিচিৰ নেতৃত্বত টাস্ক ফ’ৰ্ছ গঠন কৰা হ’ব। ৫বজাৰ পিছত
Category: Assamese News
বুধবাৰে ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত বৃহস্পতিবাৰে অৱগত কৰে মন্ত্ৰী পিযুষ হাজৰিকাই। বুধবাৰে কিছু পৰিস্থিতিগত কাৰণত ঘোষণা নকৰা কেবিনেটৰ সিদ্ধান্তসমূহ হৈছে-ৰাজ্যখনৰ গাওঁসমূহৰ গাওঁবুঢ়াসকলক এতিয়াৰ পৰা গাওঁ প্ৰধান হিচাপে
ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সভাপতি তথা বিধায়ক অখিল গগৈৰ প্ৰথমখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ইতিহাস বিকৃতকৰণ ৰাজনীতিক তীক্ষ্ণ সমালোচনাৰ লগতে আচল সত্য তথ্যৰ ৰাজহুৱা।বিধায়কৰ কাম বিধানসভাত আইন
গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ জালুকবাৰীৰ হোটেল ৰেডিছন ৰ সন্মুখত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত সোমবাৰে পুৱতি নিশা প্রায় ৩ জাত জালুক্বাৰী আৰক্ষী চকীৰ এটা টহলদাৰী দলে মেঘালয়ৰ পৰা অহা দুখন চোৰাং কাঠভর্তি ট্রাক
অসমত বাহাল থাকিব আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা। ৰাজ্য চৰকাৰে মঙলবাৰে জাৰি কৰা নীতি-নিৰ্দেশনাত এই কথা উল্লেখ কৰা হৈছে। লগতে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত যুগ্ম-অযুগ্ম নীতিও বৰ্তি থাকিব।