ক্ৰম বৰ্দ্ধমান গতিত পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি নগাঁৱত কংগ্ৰেছ দলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। আজি নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত নগাঁও চহৰৰ শ্বহীদ ভৱনৰ ওচৰৰ পেট্ৰল পাম্পৰ সন্মুখত পেট্ৰল, ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছে ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মা,
Category: Assamese News
ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত বিভিন্ন বিভাগৰ কামৰ পৰ্যালোচনা কৰে৷ পৰ্যালোচনাৰ অন্তত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে- ✅ ধুবুৰীৰ বনাঞ্চলৰ তিনিশ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ ডি এফ অ’ক নিৰ্দেশ ✅ জিলাখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰিবলৈ
মহানগৰ আৰক্ষীয়ে কালি মালিগাঁৱৰ পৰা ভুৱা চিকিৎসক অমিত কুমাৰক গ্রেপ্তাৰ কৰাৰ পিছত আজি ফটাশিল আমবাৰী আৰক্ষীয়ে এজন ভুৱা চিকিৎসকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ বিগত ছমাহ ধৰি জ্যোতিকুছিত মালতী সেন মেম’ৰিয়েল হাস্পতালত কর্মৰত এ কে সেনগুপ্তা নামৰ চিকিৎসকজনক আজি ফটাশিল আমবাৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত ভুৱা চিকিৎসক এ কে
ৰাজ্যৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন ‘সদিচ্ছা’ই ক’ভিডৰ দ্বিতীয় ঢ়ৌ আৰম্ভ হোৱাৰ পৰা আর্তজনক সহায়ৰ হাত আগবঢ়াই আহিছে৷ ‘সদিচ্ছা’ৰ সদস্যসকলে মহানগৰীৰ বিভিন্ন স্থানত ৰাইজৰ মাজত ক’ভিড সজাগতা অভিযান চলোৱাৰ লগতে মাস্ক–ছেনিটাইজাৰ, চাবোন আদিকে ধৰি বিভিন্ন সামগ্রী বিতৰণ কৰি আহিছে৷ বিগত বর্ষৰ লকডাউনৰ সময়ত ভূপেন হাজৰিকাৰ জন্মদিনৰ দিনাৰে পৰা ‘মানুহে মানুহৰ বাবে’ শীর্ষক
গুৱাহাটীৰ মালিগাঁৱত আজি জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই এগৰাকী ভুৱা চিকিৎসকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ মালিগাঁৱৰ ১নং গেটৰ ৰেডিয়েঞ্চ এইচ কিউ নামেৰে চেম্বাৰ খুলি বিহাৰৰ অজিত কুমাৰ নামৰ ভুৱা চিকিৎসকজনে বিগত ছমাহ ধৰি চিকিৎসা চলাই আহিছিল৷ স্কিন কেয়াৰ ইউনিটৰ ফলক লগাই এম বি বি এছ, ডার্মেটল’জীৰ (এমডি) স্কিন, এছটিডি, লেজাৰ, অবেচিটি