Category: Assamese News

বশিষ্ঠত দেশী–বিদেশী সুৰা জব্দ

বশিষ্ঠত দেশী–বিদেশী সুৰা জব্দ

ক’ভিডকেন্দ্রিক ভয়াৱহতা সত্ত্বেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলেৰে চলাই আছে দেশী–বিদেশী অবৈধ সুৰাৰ বেহা৷ এনে অবৈধ বেহা বন্ধ কৰিবলৈ আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ–আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ  নির্দেশৰ ভিত্তিত কালি নিশা আৰু আজি গুৱাহাটী সদৰৰ আবকাৰী চক্রই মহানগৰীৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে এক

বিশ্ব পৰিৱেশ দিৱসত ৰ’লাৰ স্কেটিং এছ’চিয়েছনৰ বৃক্ষৰোপন

বিশ্ব পৰিৱেশ দিৱসত ৰ’লাৰ স্কেটিং এছ’চিয়েছনৰ বৃক্ষৰোপন

আজি বিশ্ব পৰিৱেশ দিৱস। ৫ জুন তাৰিখে প্রতি বছৰে সমগ্ৰ বিশ্বত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। ইয়াৰ মূল লক্ষ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্রতি সজাগ কৰি তোলা, যাতে সকলো মানুহে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থিৰ কৰি ৰাখে। আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰ’লাৰ স্কেটিং এছ’চিয়েছন অসমৰ দ্বাৰা পুৱাই স্কেটাৰসকলৰ দ্বাৰা

৭ জুনৰ পৰা গুৱাহাটীত কাৰ্ফিউ শিথিলকৰণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

৭ জুনৰ পৰা গুৱাহাটীত কাৰ্ফিউ শিথিলকৰণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

৭ জুনৰ পৰা গুৱাহাটীত কাৰ্ফিউ শিথিল কৰাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত ক্ৰমান্বয়ে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা কমি অহাত সান্ধ্য আইন শিথিল কৰাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। দিল্লীত সংবাদমেল সম্বোধন কৰি ড০ শৰ্মাই কয় — “কালি গুৱাহাটীত আক্ৰান্তৰ সংখ্যা তিনিশ আছিল। যদি শুক্ৰ, শনিবাৰৰ ভিতৰত ই দুশৰ

লাখটকীয়াত ড্রাগ্ছৰ ঘাটি উৎখাত

লাখটকীয়াত ড্রাগ্ছৰ ঘাটি উৎখাত

নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ অভিযান৷ ৰাজ্যখন ড্রাগ্ছমুক্ত কৰিবলৈ আৰক্ষীয়ে বিগত কিছুদিন ধৰি অভিযান চলাই ৰাজ্যৰ বিভিন্ন প্রান্তত থকা শতাধিক ড্রাগ্ছৰ ঘাটি উৎখাত কৰাৰ লগতে ড্রাগ্ছ ব্যৱসায়ৰ লগত জড়িত বহু অভিযুক্তক গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ একেদৰে ড্রাগ্ছ সৰবৰাহৰ ট্রেনজিট পইণ্টত পৰিণত হোৱা গুৱাহাটী মহানগৰীতো আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে

ক’ভিডৰ বাবে মহা অম্বুবাচী মেলা বাতিল

ক’ভিডৰ বাবে মহা অম্বুবাচী মেলা বাতিল

ক’ৰোনা মহামাৰীৰ এই বিভীষিকাময় পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বিগত বর্ষৰ দৰে এইবাৰো শক্তিপীঠ কামাখ্যা ধামত বাতিল কৰা হৈছে মহা অম্বুবাচী৷ কেৱল পৰম্পৰাগত ধর্মীয় নীতি–নিয়মেৰে মন্দিৰ পৰিসৰত ২২ জুনৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব মহা অম্বুবাচী৷ বৃহস্পতিবাৰে মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এক সভাত এই সিদ্ধান্ত গ্রহণ কৰা হয় বুলি কামাখ্যা মন্দিৰৰ