কংগ্ৰেছী আদৰ্শৰ প্ৰয়াত মাতৃ ৰূপম কুৰ্মীৰ আদৰ্শৰে কংগ্ৰেছী হোৱা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মাতৃৰ আদৰ্শ ত্যাগ কৰি সোমবাৰে যোগ দিব বিজেপিত।শুক্ৰবাৰে অসম বিধানসভাৰ অধ্যক্ষৰ হাতত বিধায়ক পদ ত্যাগ কৰিব বুলি
Category: Assamese News
আইপিএছ দিগন্ত বৰাক ৰাজ্যৰ গৃহ সচিব ৰূপে নিযুক্তি দিয়া হয়। বুধবাৰে নিযুক্তি দিয়া হৈছে প্ৰশাসনিক বিষয়া গৰাকীক। উল্লেখ্য যে বৰ্তমান অসম আৰক্ষীৰ ডিআইজিপিৰ দায়িত্ব আছিল বৰা।
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নির্মীয়মান দলঙৰ কামৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ২০২৩ চনৰ মাৰ্চৰ ভিতৰত ব্ৰহ্মপুত্ৰ ওপৰত নির্মীয়মান দলং খন সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে
মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়ালে প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমে। বুধবাৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ৫০ হাজাৰ ১৫০টকাৰ বৰঙণি আগবঢ়াই সংস্থাটোৱে। উল্লেখ্য যে সন্থাৰ ১০০৩জন সদস্যই আগবঢ়াই বৰঙণি। ক’ভিড বিৰোধী যুঁজৰ অংশীদাৰ
আজিৰ কেবিনেটে সাম্প্ৰতিক ক’ভিড পৰিস্থিতৰ বিতং পৰ্যালোচনাৰ অন্তত সিদ্ধান্ত লয় যে প্ৰচলিত ব্যৱস্থা অনুসৰি আগন্তুক উচ্চ মাধ্যমিক, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা সম্ভৱ নহয়। সেয়েহে অহা