Category: Assamese News

খাৰুপেটীয়াত আৰক্ষীৰ জালত জালনোট প্রস্তুত কৰা ৮ অপৰাধী

খাৰুপেটীয়াত আৰক্ষীৰ জালত জালনোট প্রস্তুত কৰা ৮ অপৰাধী

আৰক্ষী অধীক্ষক হিচাপে সুশান্ত বিশ্ব শর্মা নিযুক্ত হোৱাৰ পাছৰে পৰা দৰং আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে চলাইছে ব্যাপক অভিযান৷ যোৱানিশা জালনোট চক্রৰ লগত জডিত ৪টা আৰু অন্য এক অভিযানত আন ৪টা ডকাইতসহ

পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

ক্ৰম বৰ্দ্ধমান গতিত পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি নগাঁৱত কংগ্ৰেছ দলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। আজি নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত নগাঁও চহৰৰ শ্বহীদ ভৱনৰ ওচৰৰ পেট্ৰল পাম্পৰ সন্মুখত

ধুবুৰীৰ বনাঞ্চলৰ তিনিশ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ ডি এফ অ’ক নিৰ্দেশ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

ধুবুৰীৰ বনাঞ্চলৰ তিনিশ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ ডি এফ অ’ক নিৰ্দেশ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত বিভিন্ন বিভাগৰ কামৰ পৰ্যালোচনা কৰে৷ পৰ্যালোচনাৰ অন্তত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে- ✅ ধুবুৰীৰ

জ্যোতিকুছিত ভুৱা চিকিৎসক গ্রেপ্তাৰ

জ্যোতিকুছিত ভুৱা চিকিৎসক গ্রেপ্তাৰ

মহানগৰ আৰক্ষীয়ে কালি মালিগাঁৱৰ পৰা ভুৱা চিকিৎসক অমিত কুমাৰক গ্রেপ্তাৰ কৰাৰ পিছত আজি ফটাশিল আমবাৰী আৰক্ষীয়ে এজন ভুৱা চিকিৎসকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ বিগত ছমাহ ধৰি জ্যোতিকুছিত মালতী সেন মেম’ৰিয়েল

মহানগৰীত খাদ্যসামগ্রী–মাস্ক–ছেনিটাইজাৰ বিতৰণ

মহানগৰীত খাদ্যসামগ্রী–মাস্ক–ছেনিটাইজাৰ বিতৰণ

ৰাজ্যৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন ‘সদিচ্ছা’ই ক’ভিডৰ দ্বিতীয় ঢ়ৌ আৰম্ভ হোৱাৰ পৰা আর্তজনক সহায়ৰ হাত আগবঢ়াই আহিছে৷ ‘সদিচ্ছা’ৰ সদস্যসকলে মহানগৰীৰ বিভিন্ন স্থানত ৰাইজৰ মাজত ক’ভিড সজাগতা অভিযান চলোৱাৰ লগতে মাস্ক–ছেনিটাইজাৰ, চাবোন