Category: Assamese News

মহানগৰীৰ একাংশ চিটীবাছত নাই ক’ভিড প্রট’কল

মহানগৰীৰ একাংশ চিটীবাছত নাই ক’ভিড প্রট’কল

ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীত ক’ৰোনা মহামাৰীয়ে বিভীষিকা সৃষ্টি কৰিছে৷ ৰাজ্যৰ অন্যান্য জিলাৰ তুলনাত কামৰূপ মহানগৰ জিলাত ক’ভিড–১৯ৰ গণসংক্রমণে ক্রমাৎ জটিল ৰূপ ধাৰণ কৰিছে৷ ক’ৰোনাত আক্রান্ত ৰোগীৰ লগতে মৃত্যুৰ সংখ্যা মহানগৰীত বৃদ্ধি পোৱাত জিলা প্রশাসন উদ্দিগ্ণ হৈ এটাৰ পাছত আনটো এছ অ’ পি জাৰি কৰি মহানগৰবাসীৰ সহযোগিতা কামনা কৰিছে৷

বগীনদীৰ চাউলধোৱাত ১৭ শ্রমিকক উত্তম–মধ্যম ক্ষুব্ধ গঞাৰ

বগীনদীৰ চাউলধোৱাত ১৭ শ্রমিকক উত্তম–মধ্যম ক্ষুব্ধ গঞাৰ

নাবালিকাক দলবদ্ধভাৱে বলাৎকাৰ কৰি হত্যাৰ সন্দেহ   লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অধীনস্থ থেকেৰাগুৰিত কালি এগৰাকী পঞ্চম শ্রেণীৰ ছাত্রীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাক কেন্দ্র কৰি অঞ্চলটোত তীব্র চাঞ্চল্য বিৰাজ কৰিছে৷ জানিব পৰা মতে, কালি সন্ধিয়া থেকেৰাগুৰিৰ পঞ্চম শ্রেণীত পঢ়ি থকা ৯ বছৰীয়া নাবালিকাক ঘৰত কোনো নথকা অৱস্থাত ঘৰৰ বাৰাণ্ডাত গামোচাৰে চিপ

ৰাজ্যত আৰম্ভ ১৮–৪৪ বছৰ বয়সৰ লোকক প্রতিষেধক প্রদান প্রক্রিয়া

ৰাজ্যত আৰম্ভ ১৮–৪৪ বছৰ বয়সৰ লোকক প্রতিষেধক প্রদান প্রক্রিয়া

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ ব্যক্তিক ক’ভিড ভেকচিন দিয়াৰ যি ঘোষণা কৰিছিল সেয়া বুধবাৰৰ পৰা অসমত শুভাৰম্ভ হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত বুধবাৰে গুৱাহাটী প্রেছ ক্লাবত ১০০গৰাকী সাংবাদিক আৰু জি এম চি এইচত বিশেষভাৱে সক্ষম লোকক ভেকচিন প্রদান কৰা হয়৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে ৪৫

বিধানসভালৈ নৱনির্বাচিত ৮৫ জনপ্রতিনিধিয়েই কোটিপতি

বিধানসভালৈ নৱনির্বাচিত ৮৫ জনপ্রতিনিধিয়েই কোটিপতি

অসম বিধানসভালৈ নতুনকৈ নির্বাচিত হোৱা ১২৬জন বিধায়কৰ ভিতৰত ৮৫ জনপ্রতিনিধয়েই হৈছে কোটিপতি৷ বিগত নির্বাচনৰ তুলনাত কোটিপতি বিধায়কৰ সংখ্যা এইবাৰ ১০ শতাংশ বৃদ্ধি পাইছে৷ ২০১৬ চনত নির্বাচিত হোৱা বিধায়কসকলৰ ৭২জন আছিল কোটিপতি৷ এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফ’মছ (এ ডি আৰ) নামৰ সংস্থাটোৱে প্রকাশ কৰা তথ্য অনুসৰি নৱনির্বাচিত বিধায়কসকলৰ ভিতৰত বিজেপিৰ ৪৩জন কোটিপতি৷

গুৱাহাটীৰ তিনিটা ৱার্ডক কণ্টেইনমেণ্ট জ’ন ঘোষণা

গুৱাহাটীৰ তিনিটা ৱার্ডক কণ্টেইনমেণ্ট জ’ন ঘোষণা

ক’ভিড–১৯ৰ দ্বিতীয় ঢ়ৌৱে দেশজুৰি ত্রাস সৃষ্টি কৰিছে৷ সমগ্র দেশৰ লগতে অসমতো ক’ভিডত আক্রান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাব ধৰিছে৷ ৰাজ্যৰ ভিতৰতে গুৱাহাটী মহানগৰীত ক’ৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ যোৱা ২৮ এপ্রিলৰ পৰা চাৰি মে’লৈকে গুৱাহাটী মহানগৰীত মুঠ ৯,০২১জন লোক ক’ভিডত আক্রান্ত হৈছে৷ ক’ভিডৰ ভয়াৱহতা আৰু সংক্রমণ ৰোধৰ বাবে গুৱাহাটীৰ তিনিটা