Category: Assamese News

হেলথ চিটী হাস্পতালত চিকিৎসকৰ প্রতিবাদ

হেলথ চিটী হাস্পতালত চিকিৎসকৰ প্রতিবাদ

হোজাইৰ উদালি হাস্পতালত কর্তব্যৰত চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিৰ লগতে নার্ছ, স্বাস্থ্যকর্মীক ৰোগীৰ আত্মীয়ই কৰা জঘন্য আক্রমণ আৰু বিগত কিছুদিনৰ পৰা বিহাৰ, উত্তৰ প্রদেশকে ধৰি বিভিন্ন ৰাজ্যত চিকিৎসক, চিকিৎসাকর্মীৰ ওপৰত

ডিমা হাছাওত আৰম্ভ হ’ব “মেগা ভেকচিনেচন” প্ৰক্ৰিয়া

ডিমা হাছাওত আৰম্ভ হ’ব “মেগা ভেকচিনেচন” প্ৰক্ৰিয়া

 21 জুনৰ পৰা তিনিদিনীয়াকৈ মেগা প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হ’ব ডিমা হাছাও জিলাত । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত 21 জুনৰ পৰা 23 জুন লৈকে ডিমা হাছাও জিলাত

গুৱাহাটীক ড্ৰাগছমুক্ত কৰিবলৈ তৎপৰ আৰক্ষী, SOGৰ অভিযানত ড্ৰাগছসহ জালত পৰিল এজন

গুৱাহাটীক ড্ৰাগছমুক্ত কৰিবলৈ তৎপৰ আৰক্ষী, SOGৰ অভিযানত ড্ৰাগছসহ জালত পৰিল এজন

মিছন ড্ৰাগছমুক্ত অসমক লৈ তৎপৰ অসম আৰক্ষী। এই মিছনক বাস্তৱ ৰূপ দিবলৈ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে ৰণচালি অব্যাহত ৰাখিছে। ড্ৰাগছ নামৰ এই মাৰাত্মক বৰবিহবিধক সমূলি নিঃশেষ কৰিবলৈ পশ্চিম গুৱাহাটী আৰক্ষী জিলাত

Microfinance-ৰ ঋণ ৰেহাই : কি ক’লে দেৱব্ৰত শইকীয়াই

Microfinance-ৰ ঋণ ৰেহাই : কি ক’লে দেৱব্ৰত শইকীয়াই

মাইক্ৰ’ফাইনেঞ্চ (Microfinance)ৰ ঋণ ৰেহাই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে, ড০ হিমন্ত বিশ্ব শৰ্মা(DR. HIMANTA BISWA SARMA)ই নিৰ্বাচনী সভাত দিয়া ভাষণ

চন্দ্রপুৰৰ কলং নৈত ডুবিল আভ্যন্তৰীণ জল পৰিবহণৰ জাহাজ

চন্দ্রপুৰৰ কলং নৈত ডুবিল আভ্যন্তৰীণ জল পৰিবহণৰ জাহাজ

এইবাৰ ব্ৰহ্মপুত্ৰত ডুবিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ জাহাজ । চন্দ্ৰপুৰৰ কাজলীচকীত সংঘটিত হৈছে এই অঘটন । ব্ৰহ্মপুত্ৰৰ পাৰত ৰখাই থোৱা টিএফ তৰা অসম নামৰ জাহাজখন বুৰ গ’ল শনিবাৰে নৈ পানীত