ৰাজ্যত দৈনিক কমেও এক লাখ লোকক ক’ভিড ভেকচিন প্রদানৰ লক্ষ্য নির্ধাৰণ কৰি লৈছে স্বাস্থ্য বিভাগে৷ এই উদ্দেশ্যে প্রতিখন জিলাৰ বাবে ভেকচিন দিয়াৰ দৈনিক লক্ষ্য স্থিৰ কৰি দিয়া হৈছে৷ কালি নিশা
Category: Assamese News
মহানগৰীৰ গাতে লাগি থকা পক্ষী অভয়াৰণ্য দীপৰ বিলৰ সৌন্দর্যবর্ধনৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ দেশী–বিদেশী পর্যটকক আকর্ষিত কৰাৰ লগতে প্রায় ৪১৪ হেক্টৰ ভূমি আগুৰি থকা দীপৰ বিল প্রদূষণমুক্ত
নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে অব্যাহত আছে মহানগৰ আৰক্ষীৰ অভিযান৷ মহানগৰীৰ ভগদত্তপুৰ আৰক্ষীয়ে আজি গোপন সূত্রৰ ভিত্তিত অভিযান চলাই দক্ষিণগাঁৱৰ পাহাৰৰ পৰা কিশোৰসহ ৪জন তিনিজন ড্রাগ্ছ আসক্তক গ্রেপ্তাৰ কৰে৷ ধৃত ড্রাগ্ছ আসক্ত
সমগ্ৰ ৰাজ্য মহামাৰী ক’ৰণাৰ গ্ৰাসত পৰাৰ সময়ত সাধাৰণ জনতাৰ সমান্তৰালভাৱে শিল্পীসকলৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। তাৰ মাজতেই যুৱপ্ৰজন্মৰ সংগীত শিল্পী অসীম ৰঞ্জনৰ এটি গানে বেছ চৰ্চা লাভ কৰিছে। পাতি ৰাভাসকলৰ
সোণৰ বিস্কুট দিয়াৰ প্রলোভনেৰে মহানগৰীৰ হাতীগাঁৱৰ পৰা এজন সোণাৰিক অপহৰণ কৰা ঘটনাৰ মূল অভিযুক্ত গুলজাৰ হুছেইনক আজি হাতীগাঁও আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ হাতীগাঁও থানাত ৰুজু হোৱা ৩৪/২১ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে