Category: Assamese News

স্বস্তিৰ নিশ্বাস! ‘ONGC’ৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক মুকলি কৰি দিলে আলফাই

স্বস্তিৰ নিশ্বাস! ‘ONGC’ৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক মুকলি কৰি দিলে আলফাই

গুৱাহাটীঃ অৱশেষত আলফা স্বাধীনে মুকলি কৰি দিলে অ’ এন জি চিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক ৷ শনিবাৰে পুৱা ভাৰত-ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ মন জিলাৰ লংগুৱাত আলফা স্বাধীনে মুকলি কৰি দিয়ে ৰিতুল শইকীয়াক। ৰিতুল শইকীয়াই ম্যানমাৰৰ পৰা পদযাত্ৰা কৰি নাগালেণ্ডত উপস্থিত হয় ৷ বিগত ২১ এপ্ৰিলত শিৱসাগৰৰ লাকুৱাৰ তৈলক্ষেত্ৰৰ পৰা আলফা সদস্যই

এপিচিচিৰ সভাপতি পদ লাগে বিধায়ক ৰূপজ্যোতি কুর্মীক

এপিচিচিৰ সভাপতি পদ লাগে বিধায়ক ৰূপজ্যোতি কুর্মীক

গুৱাহাটীঃ  এইবাৰ প্রদেশ কংগ্রেছৰ সভাপতি পদ বিচাৰিছে মৰিয়নি সমষ্টিৰ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে৷ একেৰাহে চতুর্থবাৰৰ বাবে মৰিয়নি সমষ্টিৰ পৰা বিধায়ক হিচাপে নির্বাচিত হৈ অহা কুর্মীয়ে নিজকে প্রদেশ কংগ্রেছৰ সভাপতি পদৰ বাবে উপযুক্ত বুলি অনুভৱ কৰি এই সংক্রান্তত নিখিল ভাৰত কংগ্রেছ কমিটীলৈ লিখিতভাৱে আবেদনো কৰিছে৷ শুকুৰবাৰে দিছপুৰত সংবাদ মাধ্যমৰ আগত কুর্মীয়ে

অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা

অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা

গুৱাহাটীঃ অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা। ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পাছত অনুষ্ঠিত হ’ব পৰীক্ষা। এক গুৰুত্বপূৰ্ণ আলোচনাত ছেবাই এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে মেট্ৰিক পৰীক্ষা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ প্ৰতিনিধিবৰ্গ আৰু ছেবাৰ অধ্যক্ষ আৰু সচিবৰ সৈতে অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত

অসমৰে এখন গাঁও য’ত আজিলৈকে কোনো এজন লোকেই আক্ৰান্ত হোৱা নাই কৰ’ণাত

অসমৰে এখন গাঁও য’ত আজিলৈকে কোনো এজন লোকেই আক্ৰান্ত হোৱা নাই কৰ’ণাত

কৰ’ণা মুক্ত টীয়কৰ এখন গাঁৱে আদৰ্শ কঢ়িয়াইছে সকলোলৈ। এই মহামাৰীৰ পৰা নিজকে কেনেদৰে বচাই ৰাখিছে গাঁওবাসীয়ে ।‌‌‌‌‌‌‌কৰ’ণাৰ প্ৰথম লহৰৰ সময়টো এই গাঁৱত নাছিল এজনো কৰ’ণা আক্ৰান্ত লোক। COVID-19 ৰ সংক্ৰমনে দেশত ভয়াবহ ৰূপ ধাৰন কৰাৰ সময়তে টীয়কৰ কৰ’ণা মুক্ত এখন বিশেষ গাঁৱে দৃষ্টি কাঢ়িছে সকলোৰে ৷ উল্লেখযোগ্য যে টীয়ক নগৰৰ

কভিডৰ সংক্ৰমণ ৰোধৰ বাবে ধঁপাত জাতীয় সামগ্রী ব্যৱহাৰ  আৰু ধূমপান ৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ আহ্বান

কভিডৰ সংক্ৰমণ ৰোধৰ বাবে ধঁপাত জাতীয় সামগ্রী ব্যৱহাৰ আৰু ধূমপান ৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ আহ্বান

গুৱাহাটী, ১৭ মে: “ধূমপান বা ধঁপাত জাতীয় বস্তু সেৱন কৰাৰ ফলত উচ্চ ৰক্তচাপ বৃদ্ধি পোৱাৰ আশংকা থাকে। হাৰ্ট এটেক আৰু হৃদৰোগৰ ভয়াৱহতা বৃদ্ধি পাব পাৰে। ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰৰ ফলত কভিড 19 ৰ সংক্ৰমনে গুৰুতৰ ৰূপ ধাৰণৰ আশংকা বহুগুণে বৃদ্ধি কৰে। এই ভাষ্য ৰাজ্যত বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাঃ চিন্ময় মজুমদাৰ ৰ।