Category: Assamese News

শিক্ষামন্ত্রীৰ ঘোষণা: সংকুচিত পাঠ্যক্রমেৰে হ’ব মেট্রিক–হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা

শিক্ষামন্ত্রীৰ ঘোষণা: সংকুচিত পাঠ্যক্রমেৰে হ’ব মেট্রিক–হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা

ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যৰ শিক্ষাখণ্ডত অব্যাহত থকা অচলাৱস্থাৰ মাজতে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক (হায়াৰ ছেকেণ্ডাৰী)ৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে শিক্ষা বিভাগ৷ সংকুচিত পাঠ্যক্রমেৰে শীঘ্রে ৰাজ্যৰ শিক্ষা বিভাগে অনুষ্ঠিত কৰিব মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা৷ দেওবাৰে এই কথা সদৰী কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ শিৱসাগৰ জিলাত উপস্থিত হোৱা

হাতীগাঁৱত দেহ ব্যৱসায়ত জড়িত ৩ মহিলাসহ দুজনক গ্রেপ্তাৰ

হাতীগাঁৱত দেহ ব্যৱসায়ত জড়িত ৩ মহিলাসহ দুজনক গ্রেপ্তাৰ

গুৱাহাটী মহানগৰীত দীর্ঘদিন ধৰি চলি আহিছে নাৰীদেহৰ ৰমৰমীয়া ব্যৱসায়৷ একাংশ অসাধু আৰক্ষী বিষয়াক মেনেজ কৰি চলি অহা দেহ ব্যৱসায়ী চক্রৰ বিৰুদ্ধে পুনৰ অভিযান আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে৷ গুৱাহাটী দেহ ব্যৱসায়ী চক্রৰ ঘাটি হিচাপে পৰিগণিত হাতীগাঁৱত কালি আৰক্ষীয়ে অভিযান চলাই দেহ ব্যৱসায়ী চক্রৰ সৈতে জড়িত তিনিগৰাকী মহিলাসহ দুই যুৱকক গ্রেপ্তাৰ কৰিবলৈ

কোভিডৰ বিৰুদ্ধে যুজ দিয়াৰ বাবে ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰি অতিৰিক্ত ৰাজহ অৰ্জনৰ আহ্বান চৰকাৰক

কোভিডৰ বিৰুদ্ধে যুজ দিয়াৰ বাবে ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰি অতিৰিক্ত ৰাজহ অৰ্জনৰ আহ্বান চৰকাৰক

চৰকাৰৰ অধিক ৰাজহ অৰ্জনৰ বাবে সকলো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰিবলৈ জি.এছ.টি. কাউন্সিলক আহ্বান জনাইছে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমে। কোভিডৰ তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি উন্নয়ন আৰু ভেকচিন ক্ৰয়ৰ দৰে কাৰ্যৰ বাবে চৰকাৰক প্ৰয়োজন হোৱা পুঁজি ধঁপাতৰ ওপৰত অতিৰিক্ত কৰ আৰোপৰ জৰিয়তে সংগ্ৰহ

গাজিয়াবাদৰ চিকিৎসালয়ত চিনাক্ত Yellow ফাংগাছ সংক্রমিত প্রথমজন ৰোগী

গাজিয়াবাদৰ চিকিৎসালয়ত চিনাক্ত Yellow ফাংগাছ সংক্রমিত প্রথমজন ৰোগী

ঘাতক ক’ভিড–১৯ৰ সমান্তৰালকৈ ব্লেক আৰু হোৱাইট ফাংগাছৰ সংক্রমণে দেশবাসীক শংকিত কৰি ৰখাৰ সময়তে এইবাৰ ৰোগীৰ দেহত ধৰা পৰিল অতি ভয়ানক য়েলো ফাংগাছ৷ ব্লেক আৰু হোৱাইট ভাইৰাছতকৈও ভয়ানক য়েলো ফাংগাছত আক্রান্ত এজন ৰোগী ধৰা পৰিছে ৰাষ্ট্রীয় ৰাজধানী অঞ্চল (এন চি আৰ)ত৷ উত্তৰ প্রদেশৰ গাজিয়াবাদত য়েলো ফাংগাছত আক্রান্ত প্রথমজন ৰোগী ধৰা পৰাৰ

ৰাজ্যত ৫ জুনলৈকে বৃদ্ধি কাৰ্ফিউঃ মুখ্যমন্ত্ৰী

ৰাজ্যত ৫ জুনলৈকে বৃদ্ধি কাৰ্ফিউঃ মুখ্যমন্ত্ৰী

ৰাজ্যত ৫ জুনলৈকে বৃদ্ধি কৰা হ’ল কাৰ্ফিউ। গ্ৰামাঞ্চলত এতিয়াৰে পৰা ২ বজাতে হ’ব কাৰ্ফিউ। ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আজি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। “ইয়াৰ পূৰ্বে গ্ৰাম্যাঞ্চলত ৫ বজাৰ পৰা কাৰ্ফিউ আৰম্ভ হৈছিল। পুনৰ ১০ দিনলৈ বৃদ্ধি কৰা হৈছে সান্ধ্য আইন। এতিয়া গাঁওসমূহতো কাৰ্ফিউ দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ