বিয়াৰ প্রলোভন দি দীর্ঘদিনীয়া প্রেমৰ সম্পর্ক কৰি প্রৱঞ্চনা কৰা লম্পট যুৱক এজনক আজি ৰঙাঘৰলৈ প্রেৰণ কৰে পানীখাইতী আৰক্ষীয়ে৷ ৰঙাঘৰৰ আলহী হোৱা যুৱকজন ৰাজা দেৱ (২৬) বুলি জানিব পৰা গৈছে৷ ঘটনাৰ বিৱৰণী অনুসৰি, পানীখাইতীৰ ধৃত যুৱকজনে বিগত কেইবাবছৰ ধৰি এগৰাকী কিশোৰীক বিয়াৰ প্রলোভন দি শাৰীৰিক সম্পর্ক ৰক্ষা কৰি আহিছিল৷ শেহতীয়াকৈ যুৱকজনে
Category: Assamese News
দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে আজি ন্যায়াধীশ এন ভি ৰমানাই শপত লয়। ৰাষ্ট্ৰপতি ভৱনত এন ভি ৰমানাক শপত বাক্য পাঠ কৰোৱাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। শপত গ্ৰহণ সমাৰোহত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৪৮ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা নুথালাপতি ভেংকট ৰমানা ১৯৫৭ চনৰ ২৭ আগষ্টত অন্ধ্ৰপ্ৰদেশৰ পোন্নাভাৰাম গাঁৱত
আলফাৰ জিম্মাত নাই ONGCৰ অপহৃত বিষয়া ৰিতুল শইকীয়া। এই ঘোষণা আলফা স্বাধীনৰ। এক প্ৰেছ বিজ্ঞপ্তিযোগে আলফাৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে জনোৱা মতে সেনাবাহিনীৰ অভিযানৰ পৰিপ্ৰেক্ষিতত আলফাই অ’এনজিচিৰ তিনিওজন কৰ্মচাৰীকে নাগালেণ্ডৰ মন জিলাৰ এখন গাঁৱত এৰি গৈছিল। তাৰ পৰৱৰ্তী সময়ৰ ঘটনাৱলীৰ লগত আলফা জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৱে।
বিশিষ্ট কথাশিল্পী, স্বনামধন্য সাহিত্যিক, জেষ্ঠ্য সাংবাদিক হোমেন বৰগোহাঞি ক’ভিড ১৯ ত আক্ৰান্ত হৈছে । শনিবাৰে এন্টিজেন টেষ্টত বৰেণ্য সাংবাদিক গৰাকীৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰে । শৰীৰত কভিডৰ উপস্থিতি ধৰা পৰা পিছত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । আনহাতে কণ্ঠশিল্পী জুবলীও কভিডত আক্ৰান্ত হৈছে। চৰ্দি আৰু কম-বেছি
অ এন জি চিৰ তিনি বিষয়াৰ অপহৰণত সহযোগিতা থকাৰ অভিযোগত আজি ডিব্ৰুগড়ত এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ডিব্ৰুগড়ৰ পৰা ধিৰাজ চেতিয়া নামৰ এজনক অ এন জি চিৰ তিনি বিষয়া অপহৰণত আলফাক সহায় কৰা অভিযোগত ডিব্ৰুগড় আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হয়।ডিব্ৰুগড়ৰ বাণীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ধিৰাজক। অপহৰণ কাণ্ডটোত ব্যৱহৃত বাইক আলফা