Category: Assamese News

ডিগবৈৰ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত নহয় আলফা স্বাধীনঃ পৰেশ বৰুৱা

ডিগবৈৰ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত নহয় আলফা স্বাধীনঃ পৰেশ বৰুৱা

ডিগবৈৰ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত নহয় আলফা স্বাধীন। নতুন চৰকাৰক শলঠেকত পেলাবলৈ অসম আৰক্ষীৰ কোনো লোকৰ অথবা সেনাৰ লোক ইয়াৰ আঁৰত জড়িত থাকিব পাৰে। লগতে দুদিন পূৰ্বে জাগুনত গ্ৰেনেড বিস্ফোৰণত

অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী: সকলো উৎকণ্ঠাৰ অৱসান ঘটিল। বিজেপিৰ নৱনির্বাচিত ৬০ বিধায়কে আজি বাছনি কৰিলে অসমৰ নতুন মুখ্যমন্ত্রী৷ আজি বিধায়িনী দলৰ বৈঠকত নতুন মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত হয় ড০ হিমন্ত বিশ্ব শৰ্মা। আজি বিধায়িনী দলৰ

বিধায়িনী দলৰ বৈঠকত উপস্থিত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব

বিধায়িনী দলৰ বৈঠকত উপস্থিত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব

গুৱাহাটী: বিধানসভাৰ সভাকক্ষত অনুষ্ঠিত হ’ব বিধায়িনি দলৰ বৈঠক। এঘন্টাৰ পিছতে অন্ত পৰিব সকলো উৎকন্ঠাৰ। বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ বিধানসভাত উপস্থিত বিজেপিৰ ৪ গৰাকীকৈ ৰাষ্ট্ৰীয় নেতা। উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক

তিনিচুকীয়া ৰে’লৱে ডিভিজনত ৫০টা ৰে’লৰ দবা ক’ভিড ৱার্ডৰূপে ব্যৱহাৰ

তিনিচুকীয়া ৰে’লৱে ডিভিজনত ৫০টা ৰে’লৰ দবা ক’ভিড ৱার্ডৰূপে ব্যৱহাৰ

সমগ্র দেশতে ক’ৰোনা সংহাৰৰ এই সময়ছোৱাত ভাৰতীয় ৰে’ল বিভাগে গ্রহণ কৰিছে এক গুৰুত্বপূর্ণ পদক্ষেপ৷ ভাৰতীয় ৰে’ল বিভাগে ৰে’লৰ দবাসমূহ ক’ভিড ৱার্ডৰূপে ব্যৱহাৰ কৰিবলৈ প্রচেষ্টা হাতত লৈছে৷ অসমতো ৰে’লৰ দবাসমূহ ক’ভিড

১ জুনৰ পৰা স্নাতকোত্তৰ মহলাৰ অনলাইন পৰীক্ষা

১ জুনৰ পৰা স্নাতকোত্তৰ মহলাৰ অনলাইন পৰীক্ষা

গুৱাহাটী : স্থগিত হৈ থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহৰ নতুন সময়সূচী ঘোষণা কৰা হৈছে৷ অহা ১ জুনৰ পৰা বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ মহলাৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব৷ ১৫ জুনত স্নাতকোত্তৰ পৰীক্ষাৰ সামৰণি পৰিব৷ একেদৰে