কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত নিৰ্ণায়ক ভূমিকা পালন কৰিবলৈ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ৰ দ্বাৰা এণ্টি-কোভিড মেডিচিন, 2-DG আজিৰে পৰা মুকলি কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় স্বাস্থ্য
Category: Assamese News
অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডত বিষয়াৰ সৈতে বৈঠকত মিলিত হয় শিক্ষা মন্ত্ৰী ৰণোজ পেগু। এই সন্দৰ্ভত শিক্ষা মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে ডিজিটেল পাঠ্যক্ৰমৰ প্ৰকল্প গ্ৰহণ কৰা
অহা শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ’ব আন্তজিলা যাতায়াত। ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখ্য যে বিগত বর্ষত ক’ভিড সংক্রমণ ব্যাপক হাৰত বৃদ্ধি পোৱাৰ সময়ত বন্ধ কৰা হৈছিল আন্তঃজিলা পৰিবহণ৷
মেট্রিক–উচ্চতৰ মাধ্যমিক পৰীক্ষা কেতিয়া? প্রয়োজনত শিক্ষার্থীৰ পছন্দ অনুসৰি তিনিটা বিষয়ক লৈ হ’ব পৰীক্ষা ১০–১২ দিনৰ সময় লৈ পৰীক্ষা পাতিবলৈ সাজু শিক্ষা বিভাগ ৰাজ্যখনত দ্রুত হাৰত ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাৰ বাবে
ডিগবৈৰ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত নহয় আলফা স্বাধীন। নতুন চৰকাৰক শলঠেকত পেলাবলৈ অসম আৰক্ষীৰ কোনো লোকৰ অথবা সেনাৰ লোক ইয়াৰ আঁৰত জড়িত থাকিব পাৰে। লগতে দুদিন পূৰ্বে জাগুনত গ্ৰেনেড বিস্ফোৰণত