Category: Assamese News

Revised SOP : বহিঃৰাজ্যৰ পৰা বিমানেৰে অসমলৈ অহা সকলোৱে কৰিব লাগিব Covid Test!

Revised SOP : বহিঃৰাজ্যৰ পৰা বিমানেৰে অসমলৈ অহা সকলোৱে কৰিব লাগিব Covid Test!

হয়, এতিয়াৰে পৰা বিমানেৰে আপুনি যদি বহিঃৰাজ্যৰ পৰা অসমলৈ আহে তেনেহ’লে বিমান বন্দৰতে কৰিব লাগিব ক’ভিড পৰীক্ষা। প্ৰথমে আপুনি কৰিব লাগিব Rapid Antigen Test। RAT পজিটিভ ওলালে home isolation অথবা হাস্পতাললৈ যাব লাগিব, নিগেটিভ ওলালে পুনৰ বিমান বন্দৰত RT-PCR পৰীক্ষা কৰিব লাগিব।(সম্প্ৰতি RT-PCR পৰীক্ষাৰ বাবে সৰ্বোচ্চ ৫০০ টকা মূল্যৰ কথা SOPত

পূৰ্বে সংক্ৰমিত হোৱা যুৱক-যুৱতী পুনৰ ক’ৰোণাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে! গৱেষণাত প্ৰকাশ ন ন তথ্য।

পূৰ্বে সংক্ৰমিত হোৱা যুৱক-যুৱতী পুনৰ ক’ৰোণাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে! গৱেষণাত প্ৰকাশ ন ন তথ্য।

The Lancet Respiratory Medicineত প্ৰকাশিত এক নতুন পৰ্যৱেক্ষণমূলক অধ্যয়ন অনুসৰি, অতীতৰ ক’ভিড-১৯ সংক্ৰমণে যুৱ লোকসকলৰ পুনৰ সংক্ৰমণৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষা নিদিয়ে। অধ্যয়নটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ জল সেনাৰ ৩,০০০ ৰো অধিক স্বাস্থ্যৱান সদস্যৰ ভিতৰত আছিল, যাৰ বেছিভাগৰ বয়স ১৮-২০ বছৰ। পুনৰ সংক্ৰমণৰ হাৰৰ এই বিশ্লেষণৰ বাবে ২,৩৪৬ জন জল সেনা বিষয়াক যথেষ্ট

নিশা ১১ বজাৰ পিছত সংগীত পৰিৱেশন কৰা শিল্পীৰ বিৰুদ্ধে ৰুজু হ’ব গোচৰ

নিশা ১১ বজাৰ পিছত সংগীত পৰিৱেশন কৰা শিল্পীৰ বিৰুদ্ধে ৰুজু হ’ব গোচৰ

“যিসকলে আইন মনা নাই, সেইসকলৰ ওপৰত সাধাৰণ ভাবেই FIR ৰেজিষ্টাৰ হ’ব। আৰক্ষী থানালৈ অহা-যোৱা কৰি থাকিব লাগিব।”- বিহু কমিটি আৰু কণ্ঠশিল্পীক আজি একপ্ৰকাৰৰ সকয়নী প্ৰদান কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড প্ৰট’কল নমনা শিল্পী আৰু বিহু কমিটীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল’ব চৰকাৰে। নিশা ১১.৩০ বজাৰ ভিতৰত অনুষ্ঠান

দেশত ক’ৰোনা বিস্ফোৰণ, এদিনতে ২ লাখ আক্ৰান্ত। ১০৩৭ জন Covid-19ত আক্ৰান্ত ৰোগীৰ মৃত্যু।

দেশত ক’ৰোনা বিস্ফোৰণ, এদিনতে ২ লাখ আক্ৰান্ত। ১০৩৭ জন Covid-19ত আক্ৰান্ত ৰোগীৰ মৃত্যু।

দেশত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ গতিয়ে প্ৰতিদিনে নতুন অভিলেখ স্থাপন কৰিছে। দেশৰ চিকিৎসকসকলে ক’ৰোনাৰ দ্বিতীয় ঢৌৰ বিষয়ে অনুমান কৰাতকৈ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। দেশৰ সকলো ৰাজ্যতে ক’ৰোনা সংক্ৰমণৰ পৰিসংখ্যা দিনক দিনে বাঢ়ি আহিছে। দেশত ক’ৰোনাৰ উদ্বেগজনক পৰিস্থিতিটো এই কথাৰ পৰা অনুমান কৰিব পাৰি যে ক’ৰোনাৰ সংখ্যা এদিনত ২ লাখত উপনীত

সন্ধিয়া ৬বজাৰ পৰা পুৱা ৫বজালৈ কাৰ্ফিউ, ক’ত?

সন্ধিয়া ৬বজাৰ পৰা পুৱা ৫বজালৈ কাৰ্ফিউ, ক’ত?

ৰাজস্থানতো ঘোষণা কৰা হল নৈশ সান্ধ্য আইন। কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ ওপৰত চকু ৰাখি এই প্ৰদক্ষেপ গ্ৰহণ চৰকাৰৰ। সন্ধিয়া ৬বজাৰ পৰা পুৱা ৬বজালৈ নৈশ সান্ধ্য আইন। কঠোৰভাৱে এই নিয়ম পালিবলৈ আহ্বান জনতাক। এপ্ৰিলৰ ১৬তাৰিখৰ পৰা ৩০এপ্ৰিললৈ বাহাল থাকিব এই সান্ধ্য আইন।