ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যৰ শিক্ষাখণ্ডত অব্যাহত থকা অচলাৱস্থাৰ মাজতে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক (হায়াৰ ছেকেণ্ডাৰী)ৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে শিক্ষা বিভাগ৷ সংকুচিত পাঠ্যক্রমেৰে শীঘ্রে ৰাজ্যৰ শিক্ষা বিভাগে অনুষ্ঠিত
Category: Assamese News
গুৱাহাটী মহানগৰীত দীর্ঘদিন ধৰি চলি আহিছে নাৰীদেহৰ ৰমৰমীয়া ব্যৱসায়৷ একাংশ অসাধু আৰক্ষী বিষয়াক মেনেজ কৰি চলি অহা দেহ ব্যৱসায়ী চক্রৰ বিৰুদ্ধে পুনৰ অভিযান আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে৷ গুৱাহাটী দেহ ব্যৱসায়ী
চৰকাৰৰ অধিক ৰাজহ অৰ্জনৰ বাবে সকলো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰিবলৈ জি.এছ.টি. কাউন্সিলক আহ্বান জনাইছে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমে। কোভিডৰ তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে
ঘাতক ক’ভিড–১৯ৰ সমান্তৰালকৈ ব্লেক আৰু হোৱাইট ফাংগাছৰ সংক্রমণে দেশবাসীক শংকিত কৰি ৰখাৰ সময়তে এইবাৰ ৰোগীৰ দেহত ধৰা পৰিল অতি ভয়ানক য়েলো ফাংগাছ৷ ব্লেক আৰু হোৱাইট ভাইৰাছতকৈও ভয়ানক য়েলো ফাংগাছত আক্রান্ত
ৰাজ্যত ৫ জুনলৈকে বৃদ্ধি কৰা হ’ল কাৰ্ফিউ। গ্ৰামাঞ্চলত এতিয়াৰে পৰা ২ বজাতে হ’ব কাৰ্ফিউ। ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আজি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। “ইয়াৰ পূৰ্বে গ্ৰাম্যাঞ্চলত ৫ বজাৰ