Category: Assamese News

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে মৰিগাঁৱৰ সু-সন্তান স্পৃহা ঋষি কাশ্যপ

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে মৰিগাঁৱৰ সু-সন্তান স্পৃহা ঋষি কাশ্যপ

 ৰাষ্ট্ৰীয় জনপ্ৰিয় টিভি চেনেল ছনি টিভিৰ দ্বাৰা সম্প্ৰচাৰিত হৈ থকা চুপাৰ ডেন্সাৰ চেপ্তাৰ ৪ ত উজ্বলিছে মৰিগাঁৱৰ কণমানি নৃত্য শিল্পী স্পৃহা ঋষি কাশ্যপ (কিকি)। জনপ্ৰিয় ছনি টিভিৰ ৰিয়েলিটি শ্ব’ চুপাৰ ডেন্সাৰ অনুষ্ঠানত স্পৃহাই এই পৰ্যন্ত অডিচনৰ সকলো কেইটা ৰাউণ্ডত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত মৰিগাঁৱৰ লগতে অসমৰ নাম জিলিকাবলৈ সক্ষম

১০০ৰ অধিক ক’ভিড আক্ৰান্ত থকা জিলাত বন্ধ থাকিব LP স্কুল

১০০ৰ অধিক ক’ভিড আক্ৰান্ত থকা জিলাত বন্ধ থাকিব LP স্কুল

১০০ৰ অধিক ক’ভিড আক্ৰান্ত থকা জিলাত বন্ধ থাকিব LP স্কুল – সোমবাৰৰ পৰা বন্ধ থাকিব LP স্কুলসমূহ – ৮মে’ অথবা পৰৱৰ্তী নিৰ্দশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব – টুইটযোগে ঘোষণা স্বাস্থ্য মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ

১০০ তকৈ অধিক ক’ভিড আক্ৰান্ত লোক থকা জিলাত প্ৰাথমিক বিদ্যালয় বন্ধঃ মন্ত্ৰী ড০ শৰ্মা

১০০ তকৈ অধিক ক’ভিড আক্ৰান্ত লোক থকা জিলাত প্ৰাথমিক বিদ্যালয় বন্ধঃ মন্ত্ৰী ড০ শৰ্মা

অসমত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ। পূৰ্বতকৈ জটিল হৈছে ক’ভিড পৰিস্থিতি। শেহতীয়াকৈ ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত আজি গুৱাহাটী মেডিকেল কলেজত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমত বৰ্তমান ৪,০৬৯ জন লোক আক্ৰান্ত হৈ চিকিৎসাধিন হৈ আছে। শুকুৰবাৰে ৫৭৩ জন লোক আক্ৰান্ত হৈছে ক’ভিডত। আক্ৰান্তসকলৰ ভিতৰত বেছি সংখ্যকেই

আই পি এলত পুনৰ বিহু দেখুৱালে ৰিয়ান পৰাগে

 বাপতিসাহোন ৰঙালী বিহুৰ আনন্দত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে বিশ্বৰ সবাতোকৈ জনপ্রিয় ক্রিকেট লীগ আই পি এলত বিহু প্রদর্শন কৰিলে অসম সন্তান ৰিয়ান পৰাগে৷ যোৱাবছৰ ইউ এ ইত অনুষ্ঠিত আই পি এলত ইংলেণ্ডৰ তাৰকা জ’ফ্রা আর্চাৰৰ সৈতে বিহু নৃত্য প্রদর্শন কৰি সমগ্র বিশ্বৰ সন্মুখত অসমৰ গৌৰৱ বৃদ্ধি কৰা উদীয়মান ক্রিকেটাৰগৰাকীয়ে

অসমত এতিয়া লকডাউন নহয়ঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অসমত এতিয়া লকডাউন নহয়ঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ক্ৰমাৎ ৰাজ্যত অধিক জটিল ৰূপ লৈছে। ক’ৰােনা সংক্রমণে। বহাগ বিহুৰ উছাহৰ মাজতে ৰাজ্যৰ কেইবাখনাে। জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে কৰােনাৰ সংক্রমণ। বিশেষকৈ গুৱাহাটী মহানগৰীত প্রতিদিনে আক্রান্তৰ সংখ্যা বৃদ্ধিয়ে পুনৰ নমাই আনিছে বিগত বৰ্ষৰ পৰিৱেশ। যােৱা তিনিটা দিনত গড়ে ৫ লােক কৰােনাত আক্ৰান্ত হৈছে। আনহাতে, যােৱা ৭২ ঘণ্টাত কৰােনাত আক্রান্ত হৈ মৃত্যু