নঙলামুখ পালেহি অসমীয়াৰ বাপতিসাহোন স্নেহৰ ৰঙালী বিহু৷ কাইলৈৰ পৰা আৰম্ভ হ’ব অসমীয়াৰ আদৰৰ ৰঙালী বিহু৷ ৰঙালী বিহুক আদৰিবলৈ সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত প্রস্তুতি প্রায় সম্পন্ন কৰি তোলা হৈছে৷ ক’ৰোনা মহামাৰীৰ ভয়াৱহতাকো নেওচি বিহু সমিতিসমূহে ৰঙালীক আদৰিবলৈ ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷ ঢ়োল–পেঁপাৰ মাতত সমগ্র ৰাজ্যৰ লগতে মহানগৰীৰ চৌপাশে উখল–মাখল
Category: Assamese News
আকৌ লজ্জানত হ’ল ডিব্রুগড় বিশ্ববিদ্যালয়৷ উপাচার্য–পঞ্জীয়কৰ সীমাহীন দুর্নীতিয়ে কলংকিত কৰি তোলা বিশ্ববিদ্যালয়খনক এইবাৰ লজ্জানত কৰিছে এগৰাকী জ্যেষ্ঠ অধ্যাপকৰ কু–কীর্তিয়ে৷ অধ্যাপকগৰাকীয়ে বিগত পাঁচ বছৰ ধৰি ছাত্রী আৰু মহিলা কর্মচাৰীৰ ওপৰত চলাই অহা যৌন আতিশয্যৰ ক’লা অধ্যায় শেহতীয়াকৈ পোহৰলৈ আহিছে৷ যি ঘটনাই জোকাৰি গৈছে অসমৰ উচ্চ শিক্ষা জগতখন৷ ইতিমধ্যে ভুক্তভোগী ছাত্রী আৰু
অসমীয়াৰ প্রাণৰ উৎসৱ ৰঙালী বিহুলৈ মাজত মাথোঁ এটা দিন৷ অহা বুধবাৰে ৰাজ্যজুুৰি পালন কৰা হ’ব গৰুবিহু৷ ইয়াৰ লগে লগে আৰম্ভ হ’ব ৰঙালী বিহুৰ পাৰভগা উছাহ৷ গৰুবিহুৰে আৰম্ভ কৰি ৰাজ্যবাসীয়ে সাত বিহুৰ পৰম্পৰা পালন কৰিব৷ ইতিমধ্যে ৰঙালী বিহুৰ প্রস্তুতি সম্পূর্ণ কৰি তোলা হৈছে৷ মানুহ বিহুৰ পুৱা আপোনজনক উপহাৰ দিবলৈ শিপিনীয়ে বৈ
গুৱাহাটীঃ বিশ্বৰ সবাতোকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰিবলৈ আগবাঢ়িছে এগৰাকী অসমীয়াই। হাজোত জন্মগ্ৰহণ কৰা এই অসমীয়াগৰাকী হৈছে হেদায়েৎ আলী। বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট আৰোহণৰ বাবে লুকলাৰ পৰা বেচকেম্পলৈ ট্ৰেকিং অভিযান আৰম্ভ কৰিছে হেদায়েৎ আলীয়ে। এগৰাকী ছফটৱেল ইঞ্জিনীয়াৰ ৰূপে সম্প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া নিৱাসী হেদায়েৎ আলীয়ে এভাৰেষ্টৰ পথত
গুৱাহাটীঃ কৰ’নাভাইৰাছৰ দ্বিতীয়টো ঢৌ দেশত আৰম্ভ হৈছে যদিও অসমত লকডাউন ঘোষণা কৰাৰ কোনো সম্ভাৱনা নাই। এই কথা শনিবাৰে দোহাৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লকডাউনৰ ফলত দুখীয়া লোকসকলৰ সমস্যাৰ সৃষ্টি হয় বুলি কৈ ৰাজ্যত লকডাউন ঘোষণা কৰাৰ কথা বিবেচনা কৰা হোৱা নাই বুলি ড০ শৰ্মাই সাংবাদিকক জনায়। স্কুল-কলেজ বন্ধ কৰা