Category: Assamese News

বিবাহৰ ৯ দিনতে ক’ৰোনাই প্রাণ কাঢ়িলে নগাঁৱৰ ন–বোৱাৰীৰ

বিবাহৰ ৯ দিনতে ক’ৰোনাই প্রাণ কাঢ়িলে নগাঁৱৰ ন–বোৱাৰীৰ

ৰাজ্যত দ্রুতগতিত ক’ৰোনা সংক্রমণ বৃদ্ধি পাই আছে৷ বুধবাৰে পুনৰ ৩,০৪৫জন লোক ক’ৰোনাত আক্রান্ত হয়৷ আক্রান্তৰ হাৰ হ’ল ৫.৪৯ শতাংশ৷ উল্লেখ্য যে বুধবাৰে সমগ্র ৰাজ্যত ৫৫,৪৮০জন লোকৰ ক’ভিড টেষ্ট কৰা হৈছিল৷

ৰঙিয়াত মহিলাই জন্ম দিলে চাৰিটাকৈ সন্তান

ৰঙিয়াত মহিলাই জন্ম দিলে চাৰিটাকৈ সন্তান

ৰিজাউল হাচান, ৰঙিয়া:  ৰাজ্যজুৰি ভুমিকম্পৰ জোকাৰণিয়ে আতংকিত কৰাৰ সময়তে ৰঙিয়াৰ স্বস্তি হস্পিতালত সংঘটিত হৈছে বিৰল ঘটনা । এগৰাকী প্ৰসুতি মহিলাই জন্ম দিলে চাৰিটিকৈ সন্তান । ধুবুৰীৰ এই প্ৰসুতি মহিলাগৰাকীয়ে দীৰ্ঘদিন

নৈশ সান্ধ্য আইনৰ সময়ত কোনে পাৰিব চলাচল কৰিব?

নৈশ সান্ধ্য আইনৰ সময়ত কোনে পাৰিব চলাচল কৰিব?

আজিৰ পৰা অসমত ঘোষণা কৰা হ’ল নৈশ সান্ধ্য আইন। নিশা ৮ বজাৰ পৰা ৫ বজালৈ ঘোষণা কৰা সান্ধ্য আইনৰ সময়ত এই সেৱাসমূহ চলি থাকিব। ১) জৰুৰীকালীন সেৱা যেনে, স্বাস্থ্যসেৱা, পৰিয়াল

আজিৰ পৰা অসমত সান্ধ্য আইন

আজিৰ পৰা অসমত সান্ধ্য আইন

ক’ৰোনা পৰিস্থিতিক লৈ সান্ধ্য আইন ঘোষণা কৰা হ’ল অসমত। কালি ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ৩০০০ৰ সীমা স্পৰ্শ কৰাত যাৱতীয় সাৱধানতা অৱলম্বনৰ বাবে  সান্ধ্য আইন ঘোষণা কৰে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে

ONGCৰ ৩ কৰ্মচাৰীৰ অপহৰণ কাণ্ডত জড়িত আৰক্ষী! এজন আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ

ONGCৰ ৩ কৰ্মচাৰীৰ অপহৰণ কাণ্ডত জড়িত আৰক্ষী! এজন আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ

ONGCৰ তিনি কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ চাঞ্চল্যকৰ তথ্য। অপহৰণ কাণ্ডত স্বয়ং আৰক্ষী জড়িত থকাৰ অভিযোগ। গ্ৰেপ্তাৰ আৰক্ষী কনিষ্টবল। ৰাজ্য কপোৱা অপহৰণ কাণ্ডটোত জড়িত থকাৰ অভিযোগত পলাতক হৈ থকা কনিষ্টবল বসন্ত বুঢ়াগোহাইক