RSSৰ মূৰব্বী মোহন ভাগৱতৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। বৰ্তমান তেওঁ নাগপুৰৰ এখন ব্যক্তিগত হাস্পাতলত চিকিৎসাধীন হৈ আছে। মোহন ভাগৱত সামান্য কাহ আৰু চৰ্দিত ভূগিছিল আৰু আৰটি-পিচিআৰ টেষ্ট কৰাইছিল। তাৰপিছতেই তেওঁৰ দেহত ধৰা পৰে কৰোনাৰ অৱস্থিতি।
Category: Assamese News
সমূহত মাত্ৰ কেইটামান দিন। হেপাঁহৰ ৰঙালী পদূলি মুখত। কোৰোনাকালীন পৰিস্থিতিৰ বাবে অসমবাসীয়ে ২০২০ চনত বাপতিসাহোন ৰঙালী বিহুটি উদযাপন কৰিব নোৱাৰিলে। এইবেলিও সকলোৱে আগ্ৰেহেৰে বাট চাই আছিল হেঁপাহৰ ৰঙালীক আদৰিবলৈ। কিন্তু কোৰোনাই ভেটিলে বাট, এইবাৰো বিহু উদযাপনৰ ক্ষেত্ৰত থাকিব বিশেষ নিৰ্দেশনা। উল্লেখ্য যে, বৃহস্পতিবাৰে স্বাস্থ্য তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন
মহানগৰীৰ পাণ্ডুত উদ্ধাৰ এটি মৃত শিহু । শুকুৰবাৰে পুৱা পাণ্ডুস্থিত নদী আৰক্ষীয়ে ব্ৰহ্মপুত্ৰ পাৰত মৃত শিহুটি প্রত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে। ইয়াৰ পিছতে লংকেশ্বৰস্থিত খণ্ড বন বিষয়া কাৰ্যালয়ৰ লোক উপস্থিত হৈ শিহুটি উদ্ধাৰ কৰে । তাৰ পিছত মৃত শিহুটিক মৰণোত্তৰ পৰীক্ষা বাবে লংকেশ্বৰলৈ অনা হয় । মৃত শিহুটিৰ ওজন ৩
নগাঁও জিলাৰ জুৰীয়াৰ মেলেকাধিংত ভয়ংকৰ পথ দুৰ্ঘটনা ,তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত হ’ল এজন বাইক আৰোহী | জুৰীয়াৰ মেলেকাধিং ত বাইক আৰু নম্বৰ প্লেট বিহীন এখন টাটা মৱাইল বাহনৰ মুখামূখি সংঘৰ্ষত নিহত হয় বাইক আৰোহীজন | নিহত বাইক আৰোহী জন জুৰীয়াৰ ধিংবৰি চাপৰিৰ ইছমাইল ইছলাম বুলি জানিব পৰা গৈছে। ঘটনা
নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ জিম্মাত ১০৬টা দিন থাকি কেতিয়াবা অটব্য অৰণ্য অতিক্রম কৰি কেতিয়াবা সুউচ্চ পাহাৰ বগাই মানসিক আৰু শাৰীৰিকভাৱে ক্লান্ত হৈ পৰা কুইপ’ৰ ৰেডিঅ অফিচাৰ ৰাম কুমাৰে বিগত তিনিমাহ ষোল্ল দিনৰ ঘটনা প্রবাহ সহজে পাহৰিব নোৱাৰা বিষয় বুলি প্রকাশ কৰিলে৷ সোমবাৰে নিচেই পুৱা আলফাই মুকলি কৰি দিয়াৰ পাছত দীর্ঘ