Category: Assamese News

নগাঁৱৰ তিনি সন্তানৰ মাতৃৰ কৰুণ মৃত্যু হায়দৰাবাদৰ চিকিৎসালয়ত, নগাঁৱত শোকৰ ছাঁ

নগাঁৱৰ তিনি সন্তানৰ মাতৃৰ কৰুণ মৃত্যু হায়দৰাবাদৰ চিকিৎসালয়ত, নগাঁৱত শোকৰ ছাঁ

কৰ্মসূত্ৰে দক্ষিণ ভাৰতৰ তেলেংগানাত বসবাস কৰা দিপ্তী হাজৰিকা(৪১) নামৰ এগৰাকী মহিলাই হায়দৰাবাদৰ এখন চিকিৎসায়ত কোভিড–১৯ত আক্ৰান্ত হৈ মৃত্যুক সাবটি লোৱা ঘটনাই নগাঁৱত আজি শোকৰ ছাঁ পৰিছে। নগাঁও চহৰৰ সমীপবৰ্তী ৰণথলী

চিকিৎসালয়ত বিছনাৰ অভাৱ হ’লে হোটেলত ৰাখিব ৰোগীক

চিকিৎসালয়ত বিছনাৰ অভাৱ হ’লে হোটেলত ৰাখিব ৰোগীক

কামৰূপ মহানগৰ জিলাত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধিক লৈ উদ্বিগ্ণ হৈ পৰিছে জিলা প্রশাসন৷ দ্রুতগতি বৃদ্ধি অব্যাহত থাকিলে ক’ভিড–১৯ত আক্রান্তই যাতে পর্যাপ্ত চিকিৎসাৰ পৰা বঞ্চিত নহয়, সেয়া নিশ্চিত কৰিবলৈ মঙলবাৰে

ONGCৰ কৰ্মচাৰীক অপহৰণ আলফা(স্বাঃ)ৰ

ONGCৰ কৰ্মচাৰীক অপহৰণ আলফা(স্বাঃ)ৰ

 কুইপ’ৰ পিছত এইবাৰ ONGCৰ কৰ্মচাৰীক অপহৰণ আলফা(স্বাঃ)ৰ। ONGCৰ তিনিজন কৰ্মচাৰীক অপহৰণ কৰিলে আলফা(স্বাঃ)য়ে। শিৱসাগৰৰ লাকুৱাত কৰ্মৰত আছিল তিনিওজন কৰ্মচাৰী। অপহৃত ৰিতুল শইকীয়া, মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়া। লাকুৱাৰ ONGCৰ

ছেবাৰ অসমীয়া ভাষাবিৰোধী জাননীঃ সংশোধনৰ প্রতিশ্রুতি অধ্যক্ষ ৰমেশ জৈনৰ

ছেবাৰ অসমীয়া ভাষাবিৰোধী জাননীঃ সংশোধনৰ প্রতিশ্রুতি অধ্যক্ষ ৰমেশ জৈনৰ

অসম মাধ্যমিক শিক্ষা পৰিষদে (ছেবা) অলপতে মাধ্যমিক পাঠ্যক্রমত অসমীয়া ভাষা বিষয় অন্তর্ভুক্তি সম্বন্ধে জাৰি কৰা বিতর্কিত জাননীখন পুনৰ সংশোধিত ৰূপত প্রস্তুত কৰিব বুলি প্রতিশ্রুতি দিছে৷ এই সংক্রান্তত সোমবাৰে অসম সাহিত্য

সোণাই–হাফলং-ৰাতাবাৰী সমষ্টিঃ আজি ৩ সমষ্টিৰ চাৰি কেন্দ্রত পুনৰ ভোটগ্রহণ

সোণাই–হাফলং-ৰাতাবাৰী সমষ্টিঃ আজি ৩ সমষ্টিৰ চাৰি কেন্দ্রত পুনৰ ভোটগ্রহণ

দ্বিতীয় পর্যায়ৰ নির্বাচনৰ সময়ত অনিয়মৰ অভিযোগ উঠাৰ পৰিপ্রেক্ষিতত আজি তিনি সমষ্টিৰ চাৰিটা কেন্দ্রত অনুষ্ঠিত হৈছে পুনৰ ভোটগ্রহণ৷ এই কেন্দ্র চাৰিটা হৈছে– বৰাক উপত্যকাৰ ৰাতাবাৰী সমষ্টিৰ ১৪৯নং ইন্দিৰা এম ভি স্কুল