Category: Assamese News

সন্ধিয়া ৬বজাৰ পৰা পুৱা ৫বজালৈ কাৰ্ফিউ, ক’ত?

সন্ধিয়া ৬বজাৰ পৰা পুৱা ৫বজালৈ কাৰ্ফিউ, ক’ত?

ৰাজস্থানতো ঘোষণা কৰা হল নৈশ সান্ধ্য আইন। কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ ওপৰত চকু ৰাখি এই প্ৰদক্ষেপ গ্ৰহণ চৰকাৰৰ। সন্ধিয়া ৬বজাৰ পৰা পুৱা ৬বজালৈ নৈশ সান্ধ্য আইন। কঠোৰভাৱে এই নিয়ম পালিবলৈ আহ্বান জনতাক।

আজি পহিলা ব’হাগ, ৰাজ্যৰ চৌদিশে বিহু উদযাপনত ব্যস্ত প্ৰতিজন অসমীয়া

আজি পহিলা ব’হাগ, ৰাজ্যৰ চৌদিশে বিহু উদযাপনত ব্যস্ত প্ৰতিজন অসমীয়া

আজি অৰ্থাৎ বৃহস্পতিবাৰে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন । আজি পহিলা ব’হাগ । ৰাজ্যৰ চৌদিশে বিহু উদযাপনত ব্যস্ত ৰাজ্যবাসী । পহিলা ব’হাগৰ দিনটো মানুহ বিহু হিচাপে ৰাজ্যবাসীয়ে পালন কৰে । গৰু

ছেবা :ক’ভিড প্রট’কলৰ অধীনত মেট্রিক পৰীক্ষা

ছেবা :ক’ভিড প্রট’কলৰ অধীনত মেট্রিক পৰীক্ষা

 ক’ৰোনাকালত হাইস্কুল আৰু হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ এক বিশেষ পৰিকল্পনা যুগুত কৰিছে ছেবা কর্তৃপক্ষই৷ ক’ভিড–১৯ৰ সম্ভাব্য সংক্রমণ প্রতিৰোধকল্পে এই পৰীক্ষার্থীৰ ‘ছীটপ্লেন’ৰ ক্ষেত্রত ছেবাই জাৰি কৰিছে এক নতুন নির্দেশনা৷‘এছ’

আজি জজ খেলপথাৰত ছাত্র সন্থাৰ মুকলি বিহু

আজি জজ খেলপথাৰত ছাত্র সন্থাৰ মুকলি বিহু

ব’হাগক আদৰিবলৈ আন বছৰৰ দৰে এইবাৰো সদৌ গুৱাহাটী ছাত্র সন্থাই আজি গৰু বিহুৰ দিনা ঐতিহ্যমণ্ডিত জজ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰিছে৷ দিনৰ ১০.৩০ বজাত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ অমৰজ্যোতি চৌধুৰীয়ে

পূর্ব সূচী মতেই গুৱাহাটীত হ’ব বিহু

পূর্ব সূচী মতেই গুৱাহাটীত হ’ব বিহু

ৰাজ্যত উদ্বেগজনকভাৱে ক’ভিডৰ সংক্রমণ বৃদ্ধি হোৱাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে বিহু উদযাপনৰ ক্ষেত্রত এছ অ’ পি প্রস্তুত কৰিছিল যদিও গুৱাহাটী মহনগৰীত পূর্ব নির্ধাৰিত কার্যসূচী অনুসৰি বিহু উদযাপন কৰা হ’ব৷ অসমীয়াৰ