আগন্তুক বিধানসভা নির্বাচনত গৌতম ৰয় আৰু গুৰুজ্যোতি দাসক পুনৰ বিজেপিয়ে টিকট প্রদান কৰাক লৈ সৰৱ হৈ পৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এছ চি নামৰ সংগঠনটোৱে৷ আজি এক বিবৃতিত এই সংগঠনটোৰ আহ্বায়ক দেৱজ্যোতি গোস্বামীয়ে কয় যে কুখ্যাত ৰাকেশ পালৰ মূল পৃষ্ঠপোষক গৌতম ৰয়ক টিকট প্রদান কৰি অসম লোকসেৱা আয়োগৰ
Category: Assamese News
গুৱাহাটীঃ বিধানসভা নির্বাচনৰ ভোটগ্রহণ অনুষ্ঠিতব্য তিনিওটা দিনেই ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে৷ এই সন্দর্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে পৃথকে জাৰি কৰা তিনিখন অধিসূচনা অনুসৰি অসম বিধানসভা নির্বাচনৰ ভোটগ্রহণ পর্ব সম্পন্ন হ’ব লগা দিনকেইটা ‘এন আই এক্ট–১৮৮১’ৰ ২৫ ধাৰাৰ অধীনত সংশ্লিষ্ট বিধানসভা সমষ্টিৰ বাবে ৰাজহুৱা বন্ধৰ দিন হিচাপে
অসমতো ধঁপাত বিক্ৰীৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰাৰ দাবী চিকিৎসা বিশেষজ্ঞ আৰু ধঁপাত ব্যৱসায়ীৰ ডিব্ৰুগড়, ১৫ মাৰ্চ: বিগত কেইবাবছৰ ধৰি ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্রত কাম কৰি অহা কনজুমাৰ ভয়চ, দিল্লী আৰু কনজুমাৰ্চ লিগেল প্ৰটেকশ্যন ফ’ৰাম, অসমে আজি ডিব্ৰুগড়ৰ চৌকিডিঙিৰ হোটেল ৰেইনবো ৰিজিছত ‘বিগ টবেক’ : টাইনী টাৰ্গেটছ ষ্টাডী’ শীৰ্ষক এখন ৰাজ্যিক পৰ্যায়ৰ
যোৱা মাহত ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ মুৰব্বী মুকেশ আম্বানিৰ বাসভৱনৰ সমীপলৈ বিস্ফোৰকভর্তি বাহন প্রেৰণ কৰা ঘটনা সন্দর্ভত ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই গ্রেপ্তাৰ কৰিছে মহাৰাষ্ট্র আৰক্ষীৰ অতিৰিক্ত পৰিদর্শক শচীন ৱাজক৷ কালি নিশাৰ ভাগতে নিয়াই আৰক্ষী বিষয়াগৰাকীক নিজৰ জিম্মাত লৈ ১২ ঘণ্টা সময় ধৰি জেৰা কৰে৷ নিয়াৰ এখন বিশেষ আদালতে আৰক্ষী বিষয়াগৰাকীক আগন্তুক ২৫
চীন সীমান্তৰ বৰফাবৃত দুর্গম এলেকাত দায়িত্ব পালন কৰি থকাৰ সময়তে অষ্টম অসম ৰেজিমেণ্টৰ সেনা জোৱান নিতুল গগৈৰ মৃত্যু (৪৩) হৈছে৷ শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিৰ অন্তর্গত খনামুখ টিপমীয়া গাঁৱৰ সেনা জোৱানজন লাডাখৰ চিয়াচেন গ্লেচিয়াৰত কর্মৰত হৈ আছিল৷ অসমৰ জোৱানজনৰ কি পৰিস্থিতিত মৃত্যু হ’ল এইপর্যন্ত জানিব পৰা হোৱা নাই৷ গৌৰীসাগৰ থানাৰ