অসম বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বহু স্থানত সৃষ্টি হৈছে নির্বাচনী হিংসা ৷ নির্বাচনী হিংসাই তচনচ কৰিছে গোলাঘাটৰ ৰাজনৈতিক ক্ষেত্রখনক৷ কংগ্রেছৰ দুর্গ নে অজন্তা নেওগৰ দুর্গ সেয়া
Category: Assamese News
আগন্তুক বিধানসভা নির্বাচনত গৌতম ৰয় আৰু গুৰুজ্যোতি দাসক পুনৰ বিজেপিয়ে টিকট প্রদান কৰাক লৈ সৰৱ হৈ পৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এছ চি নামৰ সংগঠনটোৱে৷ আজি এক বিবৃতিত
গুৱাহাটীঃ বিধানসভা নির্বাচনৰ ভোটগ্রহণ অনুষ্ঠিতব্য তিনিওটা দিনেই ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে৷ এই সন্দর্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে পৃথকে জাৰি কৰা তিনিখন অধিসূচনা অনুসৰি অসম বিধানসভা নির্বাচনৰ
অসমতো ধঁপাত বিক্ৰীৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰাৰ দাবী চিকিৎসা বিশেষজ্ঞ আৰু ধঁপাত ব্যৱসায়ীৰ ডিব্ৰুগড়, ১৫ মাৰ্চ: বিগত কেইবাবছৰ ধৰি ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্রত কাম কৰি অহা কনজুমাৰ ভয়চ, দিল্লী আৰু কনজুমাৰ্চ
যোৱা মাহত ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ মুৰব্বী মুকেশ আম্বানিৰ বাসভৱনৰ সমীপলৈ বিস্ফোৰকভর্তি বাহন প্রেৰণ কৰা ঘটনা সন্দর্ভত ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই গ্রেপ্তাৰ কৰিছে মহাৰাষ্ট্র আৰক্ষীৰ অতিৰিক্ত পৰিদর্শক শচীন ৱাজক৷ কালি নিশাৰ ভাগতে