ছালুৱে হাঁহিব পাৰে, খং কৰিব পাৰে, আনক হাঁহিৰে আদৰণি জনাব পাৰে, তেনেদৰে বাতৰিকাকত পঢ়িব পাৰে আৰু অনেক কার্যকলাপত জড়িত হ’ব পাৰে৷ ছালু কোনো প্রাণী নহয়, আনকি মানুহো নহয়৷ মানুহ হ’লে
Category: Assamese News
মৰিয়নিত আজি কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে বিজেপি প্ৰাৰ্থী ৰমনী তাঁতীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰা পাছতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিনেত্ৰীগৰাকীৰ ভ্ৰমণ সন্দৰ্ভত নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিধায়ক গৰাকীয়ে সাংবাদিকৰ
ওদালগুৰি জিলাৰ খৈৰাবাৰীত নৃশংস ঘটনা।প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই নৃশংসভাৱে হত্যা কৰিলে যুৱতীক।বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই নৃশংস ঘটনা।খৈৰাবাৰী মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰী অংকিতা পালক হত্যা কৰিলে অমিত ভদ্ৰ নামৰ
তেজপুৰত মনোনয়ন প্ৰত্যাহাৰ কৰিলে বৃন্দাবন গোস্বামীয়ে। নিৰ্দলীয় প্ৰাৰ্থী ৰূপে বৃন্দাবন গোস্বামীয়ে মনোনয়ন দাখিল কৰিছিল। উল্লেখযোগ্য যে,অগপৰ পৰা টিকট নাপাই বৃন্দাবন গোস্বামীয়ে মনোনয়ন দাখিল কৰিছিল।
অসমবাসীলৈ কাৰাবন্দী নেতা অখিল গগৈৰ এক বিনম্ৰ আহ্বান।কাৰাবন্দী নেতাগৰাকীৰ এই আহ্বানৰ কথা ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই সদৰী কৰে। অখিল গগৈয়ে কয়, “মই বিধানসভাত অসমবাসী ৰাইজৰ মুখপাত্ৰ