মনোনয়ন–পত্র দাখিলৰ দিনটোত গোলাঘাট বিধানসভা সমষ্টিত শাসকীয় মিত্রজোঁটক নেতৃত্ব দিয়া বিজেপি আৰু বিৰোধী কংগ্রেছে সোমবাৰে পৃথকে পৃথকে প্রদর্শন কৰিলে শক্তি৷ দলীয় প্রার্থী অজন্তা নেওগক সংগ দি বিত্তমন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক
Category: Assamese News
বিশ্বজুৰি আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰি থকাৰ সময়তে ভাৰতত সংসদত কেইবাগৰাকীও সাংসদ নাৰীৰ ৩৩ শতাংশ আসন সংৰক্ষণৰ বিষয়টোক লৈ সৰৱ হোৱা দেখা গ’ল৷ ইফালে আন্তর্জাতিক নাৰী দিৱসৰ দৰে আন্তর্জাতিক পুৰুষ
দুটা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়ালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। এই দুই সমষ্টি হ’ল শিৱসাগৰ আৰু মৰিয়নি। দুয়োটা সমষ্টিৰ বাবে আজি গগৈয়ে জিএমচিএইচৰ অধীক্ষক অভিজিত শৰ্মাৰ যোগেৰে মনোনয়ন পত্ৰ দাখিল
ভাৰতৰ আগশাৰীৰ অটোমোবাইল প্ৰতিষ্ঠান টাটাই উত্তৰ পূব বাসীৰ বাবে মুকলি কৰে প্ৰিমিয়াম ফ্লেগছিপ এছ ইউ ভি টাটা চাফাৰী । প্ৰাৰম্ভিক মূল্য হৈছে ১৪.৬৯ লাখ টকা। টাটা মটৰ্ছৰ প্ৰিমিয়াম ফ্লেগছিপ এছ
অকলেই দৌৰি স্বর্ণ পদক জয় কৰিলে ভাৰতৰ আগশাৰীৰ মহিলা এথলীট অসম কন্যা হিমা দাসে৷ পাটিয়ালাত শুকুৰবাৰে অনুষ্ঠিত ইণ্ডিয়ান গ্রাঁ–প্রি ৩ৰ মহিলাৰ ১০০ মিটাৰ দৌৰত স্বর্ণ পদক জয় কৰে হিমা দাসে৷