Category: Assamese News

পৌৰ নিগমে নির্মাণ কৰিব ৪খন উৰণীয়া পদসেতু

পৌৰ নিগমে নির্মাণ কৰিব ৪খন উৰণীয়া পদসেতু

গুৱাহাটী মহানগৰীত নতুনকৈ চাৰিখন উৰণীয়া পদসেতু নির্মাণ কৰিব পৌৰ নিগম কর্তৃপক্ষই৷ এই ঘোষণা মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ৷ আজি শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত অস্থায়ী কর্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ নিযুক্তি–পত্র বিতৰণ কৰি সংবাদ মাধ্যমৰ আগত মহানগৰীৰ ৰুক্মিণীগাঁও, ভঙাগড়, বৰা ছার্ভিচ আৰু ফাঁচীবজাৰত পৌৰ নিগমে চাৰিখন উৰণীয়া পদসেতু নির্মাণ কৰাৰ কথা সদৰী কৰে৷ পৌৰ নিগমৰ পুঁজিৰে

২.৬১ কোটিত বিক্রী এটা গৰু পোৱালি

২.৬১ কোটিত বিক্রী এটা গৰু পোৱালি

এগৰাকী স্পাইচ গার্লৰ নামেৰে নামকৰণ কৰা চেউৰী গৰু পোৱালি এজনীৰ বিক্রী মূল্যই অভিলেখ গঢ়িছে পৃথিৱীত৷ ‘প’ছ স্পাইচ’ নামৰ এই চেউৰী গৰু পোৱালিজনী বিক্রী হৈছে ২ লাখ ৬২ হাজাৰ পাউণ্ড অর্থাৎ ২ কোটি ৬১ লাখ টকাত৷ ব্রিটেইন আৰু ইউৰোপতেই আটাইতকৈ মূল্যৱান পোহনীয়া জন্তু নহয় এই প’ছ স্পাইচ৷ পৃথিৱীজুৰি প’ছ স্পাইচৰ বিক্রী

Modi-ক লৈ বিতর্কিত টুইট, সমস্যাত মোহময়ী অভিনেত্রী

Modi-ক লৈ বিতর্কিত টুইট, সমস্যাত মোহময়ী অভিনেত্রী

“গ’ বেক মোদী”  শ্ল’গান দি বিতর্কত সোমাই পৰিছে তামিল অভিনেত্রী অভিয়া। মোদীৰ তামিলনাডু ভ্ৰমণৰ পূৰ্বে অভিয়াই কিয় ‘গো বেক মোদী’ শ্লোগান দিছিল সেই বিষয়ে এক তীব্ৰ চৰ্চা লাভ কৰিছে। যাৰপিছতে অভিয়াৰ বিৰুদ্ধে এটা অভিযোগ দাখিল কৰা হৈছিল। তামিলনাডুৰ স্থানীয় বিজেপি নেতৃত্বই প্ৰশ্ন কৰিছিল যে অভিনেত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে “গ’ বেক

২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব অমিত শ্বাহ

২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব অমিত শ্বাহ

২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানস্থিত বটদ্ৰৱা থান দৰ্শন কৰি শ্বাহে থান প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ লগতে বটদ্ৰৱাত আয়োজন কৰা জনসভাত অংশ লৈ বটদ্ৰৱাবাসীক সম্বোধন কৰিব মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য, মহাপুৰুষ শংকৰদেৱৰ স্মৃতিবিজড়িত বটদ্ৰৱা থানক ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্ৰ ৰূপে গঢ়ি তোলাৰ বাবে লোৱা

আৰক্ষীৰ সন্মুখতে আক্রমণত আহত ৭ মহিলা

আৰক্ষীৰ সন্মুখতে আক্রমণত আহত ৭ মহিলা

ভূমি বিবাদক কেন্দ্র কৰি আজি খাৰুপেটীয়া থানাৰ অন্তর্গত নদীৰমুখ গাঁৱত সংঘটিত হয় তুমুল মাৰপিট৷ সংঘর্ষত সাতগৰাকীকৈ মহিলা গুৰুতৰভাৱে আহত হয়৷ আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ উপস্থিতিৰ মাজতেই সংঘটিত মাৰপিটৰ ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্র অঞ্চলটোত৷ ভূমিকেন্দ্রিক সংঘাতৰ বাবে ছিপাঝাৰ থানাৰ অন্তর্গত চাউলখোৱা চাপৰিৰ আনোৱাৰ হাজিৰ নেতৃত্বত এটা বৃহৎ দলে দা,