Category: Assamese News

নিৰ্ধাৰণ হ’ল অসমৰ নিৰ্বাচনৰ তাৰিখঃ তিনিটা পৰ্যায়ত হ’ব ভোটগ্ৰহণ

নিৰ্ধাৰণ হ’ল অসমৰ নিৰ্বাচনৰ তাৰিখঃ তিনিটা পৰ্যায়ত হ’ব ভোটগ্ৰহণ

আজি ঘোষণা কৰা হ’ল অসমসহ ৫ ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ। অসমত  প্ৰথম ৪৭ টা সমষ্টিৰ বাবে ২৭ মাৰ্চত, দ্বিতীয় পৰ্যায়ত ৩৯ সমষ্টিৰ বাবে ১ এপ্ৰিল আৰু তৃতীয় পৰ্যায়ত ৪০ টা সমষ্টিৰ বাবে ৬ এপ্ৰিলত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। মুঠ তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। আজি নিৰ্বাচনী দিন ঘোষণা কৰাৰ লগে লগে

ডি এচ পি ৰূপে নিযুক্তি লাভ কৰিলে হিমা দাসে

ডি এচ পি ৰূপে নিযুক্তি লাভ কৰিলে হিমা দাসে

ধিং এক্সপ্ৰেছ হিমা দাসক উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্ত কৰা হয় । আজি মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত হোৱা ৫৯৭ উপ-পৰিদৰ্শকৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত হিমা দাসকো উক্ত পদত নিযুক্ত কৰা হয় । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাপে নিযুক্ত হোৱা ৫৯৭ গৰাকী বিষয়াকো আনুষ্ঠানিকভাৱে নিযুক্তি

লাখটকীয়াত ড্রাগ্ছসহ মহিলাক গ্রেপ্তাৰ

লাখটকীয়াত ড্রাগ্ছসহ মহিলাক গ্রেপ্তাৰ

পাণবজাৰ আৰক্ষীয়ে আজি লাখটকীয়াৰ ২নং গেটত অভিযান চলাই ড্রাগ্ছসহ এগৰাকী মহিলাক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত ২নং গেটত অভিযান চলাই জায়েদা খাতুন নামৰ ড্রাগ্ছ ব্যৱসায়ী মহিলাগৰাকীক গ্রেপ্তাৰ কৰাৰ লগতে ১১টা ড্রাগ্ছভর্তি কনটেইনাৰ জব্দ কৰে৷ জব্দকৃত কনটেইনাৰকেইটাত ব্রাউন ছুগাৰ থকা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷ Source- Niyomiabarta

১৫ মে’ৰ ভিতৰত বন্ধ হ’ব পাৰে হোৱাটছএপ!

১৫ মে’ৰ ভিতৰত বন্ধ হ’ব পাৰে হোৱাটছএপ!

হোৱাটছএপ বৰ্তমান সকলোৱে ব্যৱহাৰ কৰে। কিন্তু হোৱাটছএপ ব্যৱহাৰকাৰী সকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। যদি হোৱাটছএপৰ নতুন প্ৰাইভেচি আপডেট গ্ৰহণ নকৰে তেতিয়া অহা ১৫ মে’ৰ পৰা এই এপটো ব্যৱহাৰ কৰিব নোৱাৰিব। যাৰ বাবে বিতৰ্কত আছিল হোৱাটছএপৰ উক্ত বিষয়টো যদিও নিজৰ স্থিতিত অটল আছে হোৱাটছএপ । জানুৱাৰী মাহতে হোৱাটছএপে জনাইছিল যে ৮

ধিঙত টেট শিক্ষয়িত্রীক ধর্ষণ টেট শিক্ষকৰ

ধিঙত টেট শিক্ষয়িত্রীক ধর্ষণ টেট শিক্ষকৰ

শিক্ষকে শিক্ষয়িত্রীক ধর্ষণ কৰা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ধিঙৰ ৰৌমাৰীত৷ উত্থাপিত অভিযোগ মতে, আৰিফ আহমেদ নামৰ এজন টেট শিক্ষকে টেট শিক্ষকে ধর্ষণ কৰে এগৰাকী টেট শিক্ষয়িত্রীক৷ দক্ষিণ তুমুকাবড়িৰ প্রাথমিক বিদ্যালয়ৰ টেট শিক্ষক আৰিফ আহমেদে ঘৰত কোনো নথকাৰ সুযোগ লৈ বলপূর্বকভাৱে ধর্ষণ কৰে টেট শিক্ষয়িত্রীগৰাকীক৷ কেইমাহমাম পূর্বে সংঘটিত হৈছিল এই