Category: Assamese News

বিজেপিৰ আমোলত অসমত নাৰীজনিত অপৰাধ বৃদ্ধিঃ কংগ্রেছ

বিজেপিৰ আমোলত অসমত নাৰীজনিত অপৰাধ বৃদ্ধিঃ কংগ্রেছ

বিজেপিৰ আমোলত অসমত নাৰীজনিত অপৰাধ বৃদ্ধি পাইছে৷ নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ (এন চি আৰ বি)ৰ তথ্যৰ উদ্ধৃতি দি কালি গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত এই দাবী কংগ্রেছৰ৷ প্রদেশ কংগ্রেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ববিতা শর্মা, প্রদেশ মহিলা কংগ্রেছৰ সভানেত্রী নন্দিতা দাস, প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক ৰ’জলীনা তির্কী, নিখিল ভাৰত

চূড়ান্ত ভোটাৰ তালিকা প্রকাশঃ ৰাজ্যত মুঠ ভোটাৰ ২,২৯,৯২,৫০৫গৰাকী

চূড়ান্ত ভোটাৰ তালিকা প্রকাশঃ ৰাজ্যত মুঠ ভোটাৰ ২,২৯,৯২,৫০৫গৰাকী

আসন্ন বিধানসভা নির্বাচনৰ প্রস্তুতিৰ অংশ হিচাপে দেশৰ নির্বাচন আয়োগে অসমত ব্যস্ত থকাৰ সময়তে সোমবাৰে নির্বাচন বিভাগে প্রকাশ কৰিলে ২০২১ চনৰ চূড়ান্ত ভোটাৰ তালিকা৷ এই চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা ২,২৯,৯২,৫০৫গৰাকী৷ ইয়াৰে ১,১৬,৫৬,৯২৬জন পুৰুষ আৰু ১,১৩,৩৫,৫৭৯গৰাকী মহিলা৷ ইতিপূর্বে প্রকাশিত খচৰা ভোটাৰ তালিকাৰ বিপৰীতে চূড়ান্ত তালিকাত ভোটাৰ বৃদ্ধিৰ হাৰ

অসমত আকৌ ৩২জন কোভিড পজিটিভ, সুস্থ হৈছে ৬১জন

অসমত আকৌ ৩২জন কোভিড পজিটিভ, সুস্থ হৈছে ৬১জন

অসমত শনিবাৰে আকৌ ৩২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত উক্ত দিনটোত কোৰোনাত আক্ৰান্ত হৈ ৪জন লোকে হেৰুৱাইছে প্ৰাণ। ইফালে, অসমত সুস্থ হৈছে ৬১জন লোক। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৬৮০৯জনলৈ পাইছে বৃদ্ধি। আনহাতে, সুস্থ হোৱা লোকৰ সংখ্যা ২১২৮০৬জন লোক। উল্লেখ্য যে, অসমত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৭০জনলৈ

আজি শিল্পী দিৱস, ৰূপকোঁৱৰৰ কালজয়ী গীতেৰে মুখৰ ৰাজ্যৰ আকাশ বতাহ

আজি শিল্পী দিৱস, ৰূপকোঁৱৰৰ কালজয়ী গীতেৰে মুখৰ ৰাজ্যৰ আকাশ বতাহ

দেওঁবাৰে শিল্পী দিৱস । প্ৰতিবছৰে ১৭ জানুৱাৰীৰ দিনটোত ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোত এই দিৱস উদযাপন কৰা হয় । ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাই জন্ম লাভ কৰিছিল। ১৯৫১ চনৰ ১৭ জানুৱাৰীৰ দিনটোতে মৃত্যু হৈছিল ৰূপকোঁৱৰৰ।১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া চলচিত্ৰ জয়মতীৰ

স্তব্ধ হৈ পৰিব ৰাজপথ!২৭ জানুৱাৰীত ৰাজ্যৰ ৰাজপথত নচলিব গাড়ী

স্তব্ধ হৈ পৰিব ৰাজপথ!২৭ জানুৱাৰীত ৰাজ্যৰ ৰাজপথত নচলিব গাড়ী

অহা ২৭ জানুৱাৰীত মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই চকা বন্ধৰ আহ্বান জনাইছে । চৰকাৰে সংগঠনটোৰ দাবী মানি নোলোৱাৰ প্ৰতিবাদত সংগঠনটোৱে চকা বন্ধৰ কাৰ্যসূচী হাতত লৈছে। আনহাতে,চৰকাৰে সংগঠনটোৰ দাবী মানি নল’লে বিধানসভা অধিৱেশনৰ দ্বিতীয় আৰু তৃতীয় দিনটোত ৪৮ ঘণ্টীয়া চকা বন্ধৰ আহ্বান জনোৱাৰ কথা কৈছে ৷ অসংগঠিত খণ্ডৰপৰা অহা ৮ৰ পৰা ৯