স্বামী-স্ত্ৰীৰ মাজত অটুট সম্পৰ্কক কলংকিত কৰা এই ঘটনা পোহৰলৈ আহিছে ৰাজস্থানৰ জালোৰ জিলাৰ পৰা। য’ত স্বামীয়ে নিজৰ পত্নীক সহকৰ্মীসকলৰ লগ হৈ দলবদ্ধ ধৰ্ষণ কৰে। জালোৰ কোটৱালি থানাৰ এগৰাকী মহিলাই তেওঁৰ স্বামী আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে এক ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে। ভুক্তভোগী মহিলাগৰাকীৰ স্বামীয়ে অলপ আতৰৰ এখন গাৱঁত কাম কৰে। ভুক্তভোগীগৰাকী
Category: Assamese News
ভাৰতত আজি আৰম্ভ হোৱা ক’ভিড ছিটাকৰণৰ প্ৰথমগৰাকী ক’ভিড ছিটা লোৱা ব্যক্তিৰূপে পৰিগণিত হ’ল মনীষ কুমাৰ। ক’ৰোনাৰ সময়ৰ এগৰাকী ছেনিটেচন কৰ্মী ৰূপে ক’ভিডৰ বিৰুদ্ধে যুঁজ আগবঢ়োৱা মনীষ কুমাৰ নিয়োজিত আছিল দিল্লীৰ এইমছ হাস্পতালৰ ছেনিটাইজেচনত। মনীষ কুমাৰক দিল্লীৰ এইমছতে প্ৰদান কৰা হয় ছিটা। কুমাৰক ছিটাকৰণৰ সময়ত ভাৰতৰ স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনো উপস্থিত
ভাৰতে নিজস্ব প্রযুক্তিৰে প্রথমবাৰলৈ নির্মাণ কৰি উলিয়াইছে ৯ এমএম মেচিন পিষ্টল এটা৷ প্রতিৰক্ষা মন্ত্রালয়ে আজি সদৰী কৰিছে এই তথ্য৷ প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডি’) আৰু স্থলসেনাই যৌথভাৱে এই মেচিন পিষ্টলটো নির্মাণ কৰি উলিয়াইছে৷ স্থলসেনাৰ মহুস্থিত শিক্ষা কেন্দ্র আৰু ডিআৰডি’ৰ পুনেস্থিত গৱেষণা প্রতিষ্ঠানে এই পিষ্টলটোৰ ডিজাইন প্রস্তুত কৰাৰ উপৰি ইয়াক
ভটাপাৰাত সংঘটিত চাঞ্চল্যকৰ দিন–ডকাইতিত জড়িত থকাৰ অভিযোগত হাতীগাঁও আৰক্ষীয়ে অভিযান চলাই ১০ অভিযুক্তক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ হাতীগাঁও থানাৰ ভাৰপ্রাপ্ত বিষয়া বীৰেন ডেকাৰ নেতৃত্বত ধুবুৰী, গুৱাহাটী, বিহাৰত পৃথকে পৃথকে চলা অভিযানত ১০ অভিযুক্তক এটা ৭.৬২ পিষ্টলসহ গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ অভিযানকাৰী দলটোৱে নগদ ২.৫৭ লাখ টকাও উদ্ধাৰ কৰে৷ ভাৰপ্রাপ্ত বিষয়া
অসমত প্ৰথমটো ক’ভিড ভেকচিন ল’লে বোকাখাতৰ চিকিৎসক মিলন কুমাৰ লস্কৰে #BigBreaking: অসমত প্ৰথমটো ক’ভিড ভেকচিন ল’লে বোকাখাতৰ চিকিৎসক মিলন কুমাৰ লস্কৰে Posted by Guwahati Times গুৱাহাটী টাইমচ on Friday, 15 January 2021