আজি পুলৱামা আক্ৰমণৰ দুবছৰ সম্পূৰ্ণ হ’ল । বিগত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীৰ দিনটোতে পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছিল চিআৰপিএফৰ ৪০জনকৈ জোৱান । শ্বহীদ হৈছিল অসমৰ মনেশ্বৰ বসুমতাৰীয়ো। এই আক্ৰমণত শ্বহীদ হোৱা
Category: Assamese News
‘সম্প্রতি উগ্র হিন্দুত্ববাদীসকলে মুছলমানৰ কিবা উক্তিত হিন্দুবিদ্বেষী কথা আছে নেকি, তাকেই খুঁচৰি ফুৰে৷ কিবা অলপ পালেই হুলস্থূল আৰম্ভ কৰে৷ অলপতে বদৰুদ্দিন আজমলৰ এটা উক্তিক লৈ তুমুল হৈ–চৈ লগোৱা হৈছিল৷ তেওঁ
ৰাজ্যৰ থেলাছেমিয়া ৰোগত আক্রান্ত শিশুৰ অভিভাৱকসকলৰ বাবে এক সকাহৰ খবৰ৷ ১৪ বছৰৰ তলৰ বয়সৰ যিসকল শিশু এই গুৰুতৰ ৰোগত আক্রান্ত হৈছে, তেওঁলোকৰ বাবে জিলাই জিলাই তেজৰ যোগান নিশ্চিত কৰা হ’ব৷
কাইলৈ অসমলৈ আহিব কংগ্ৰেছৰ জেষ্ঠ নেতা, সাংসদ ৰাহুল গান্ধী ৷ কংগ্ৰেছ দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ ববিতা শৰ্মাই জনোৱা অনুসৰি কাইলৈ ১০.৩০ বজাৰ পৰা শিৱসাগৰৰ ব’র্ডিং খেলপথাৰত অনুষ্ঠিত হ’ব এখন ৰাজহুৱা
গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ মালিগাঁও বৰিপাৰা উৰণীয়া সেতুৰ ওপৰত কালি নিশা কোনো বাহনৰ খুন্দাত এটা নাহৰফুটুকীৰ পোৱালি নিহত হয়৷ প্রাপ্ত খবৰ মতে, নিশা প্রায় ৭.৪৫ মান বজাত উৰণীয়া সেতুৰ লগত থকা