Category: Assamese News

Jeff Bezos–ক চেৰ পেলাই বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি Elon Musk, সম্পত্তিৰ পৰিমাণে হতবাক কৰিব

Jeff Bezos–ক চেৰ পেলাই বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি Elon Musk, সম্পত্তিৰ পৰিমাণে হতবাক কৰিব

ৱাশ্বিংটন ডিচিঃ টেচলা (Tesla) আৰু স্পেচএক্সৰ (SpaceX) সংস্থাপক এলন মাস্ক (Elon Musk) বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি হ’ল। ব্লুমবাৰ্গ বিলেনিয়াৰৰ ইণ্ডেক্স মতে মাস্কৰ সম্পত্তি আমাজনৰ (Amazon) চিইঅ’ জেফ বেজছতকৈ (Jeff Bezos) অধিক। বেজছ দ্বিতীয় স্থানতহে আছে। মাস্কৰ নেটৱৰ্থ বৃহস্পতিবাৰে ১৮৮.৫ আৰৱ ডলাৰ হয়গৈ, এয়া বেজছতকৈ ১.৫আৰৱ ডলাৰ অধিক। বৃহস্পতিবাৰে টেচলাৰ শ্বেয়াৰ

নগাঁৱৰ বেবেজীয়াৰ বিশিষ্ট সমাজকৰ্মী বীৰ সিং হাজৰিকাৰ মৃত্যু

নগাঁৱৰ বেবেজীয়াৰ বিশিষ্ট সমাজকৰ্মী বীৰ সিং হাজৰিকাৰ মৃত্যু

নগাঁৱৰ বেবেজীয়াৰ বিশিষ্ট সমাজকৰ্মী বীৰ সিং হাজৰিকাৰ মৃত্যু । ১০৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ । শংকৰী সংস্কৃতিৰ একনিষ্ঠ সাধক আছিল প্ৰয়াত হাজৰিকা । সমগ্ৰ বেবেজীয়া অঞ্চলতে শোকৰ ছাঁ । নশ্বৰ দেহ লৈ ৰাইজৰ গায়ন-বায়নৰে শোভাযাত্ৰা

অনিদিষ্টকাললৈ টুইটাৰত নিষিদ্ধ ডনাল্ড ট্ৰাম্প

অনিদিষ্টকাললৈ টুইটাৰত নিষিদ্ধ ডনাল্ড ট্ৰাম্প

আমেৰিকাৰ সংসদত সংঘটিত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ পাছতে ডনাল্ড ট্ৰাম্পৰ একাউন্ট কেইবাটাও ছচিয়েল মিডিয়া প্লেটফৰ্মত নিষিদ্ধ কৰা হৈছে। প্ৰথমে ফেচবুকত অনিৰ্দিষ্ট কাললৈ নিষিদ্ধ কৰাৰ পাছত প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী টুইটাৰ একাউন্ট অনিদিষ্ট কাললৈ নিষিদ্ধ কৰা হ’ল।অনিদিষ্ট কাললৈ ডনাল্ড ট্ৰাম্পৰ টুইটাৰ একাউণ্ট নিষিদ্ধ কৰাৰ কথা ইতিমধ্যে টুইটাৰৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে।

দলবদ্ধ ধৰ্ষণ কৰি বিধবা মহিলাৰ যৌনাংগত ভৰাই দিলে ষ্টিলৰ গ্লাচ, গ্ৰেপ্তাৰ দুজন

দলবদ্ধ ধৰ্ষণ কৰি বিধবা মহিলাৰ যৌনাংগত ভৰাই দিলে ষ্টিলৰ গ্লাচ, গ্ৰেপ্তাৰ দুজন

৫০ বছৰীয়া বিধবা মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে তিনিজন যুৱকৰ বিৰুদ্ধে। লজ্জাজনক এই ঘটনাটো সংঘটিত হৈছে ঝাৰখণ্ডৰ ছাতৰা জিলাত। জনা গৈছে যে, মহিলাৰ ওপৰত নিৰ্মম ভাবে শাৰীৰিক অত্যাচাৰো চলোৱা হয়। মহিলাগৰ যৌনাংগত ভৰাই দিয়া হয় ষ্টিলৰ গ্লাচ। আৰক্ষীৰ ফালৰ পৰা জনোৱা মতে, অভিযুক্ত তিনিওজন লোক স্থানীয় এলেকাৰে বাসিন্দা।

জে’লৰ পৰাই ৰাইজৰ দলক নেতৃত্ব দিব অখিল গগৈয়ে! নতুন আঞ্চলিক দলটোৰ সভাপতি হিচাপে নিৰ্বাচিত হ’ল অখিল গগৈ

জে’লৰ পৰাই ৰাইজৰ দলক নেতৃত্ব দিব অখিল গগৈয়ে! নতুন আঞ্চলিক দলটোৰ সভাপতি হিচাপে নিৰ্বাচিত হ’ল অখিল গগৈ

অখিল গগৈক সভাপতি হিচাপে লৈ গঠন কৰা হ’ল নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ‘ৰাইজৰ দল’-ৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সমিতি ৷ মৰাণত অনুষ্ঠিত হৈ থকা দলটোৰ ৰাজ্যিক অভিৱৰ্তনৰ দ্বিতীয় দিনা নিশা অনুষ্ঠিত প্ৰতিনিধি আৰু বিষয়বাচনি সভাত গঠন কৰা হয় সমিতিখন ৷ ড° হীৰেন গোহাঁইক মুখ্য উপদেষ্টা, ড° উদয়াদিত্য ভৰালী, ড° ইন্দ্ৰানী দত্ত, ড°