Category: Assamese News

সমৰ্থকৰ ব্যাপক উচাহ! দলে বলে অসম জাতীয় পৰিষদত যোগদান কৰিলে লুৰিণজ্যোতি গগৈয়ে

সমৰ্থকৰ ব্যাপক উচাহ! দলে বলে অসম জাতীয় পৰিষদত যোগদান কৰিলে লুৰিণজ্যোতি গগৈয়ে

সকলো জল্পনা কল্পনা অন্ত পেলাই অসম জাতীয় পৰিষদত যোগদান কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। আজিৰে পৰা শিৱসাগৰত আৰম্ভ হোৱা অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তনত আনুষ্ঠানিক ভাবে দলটোত যোগদান কৰিলে লুৰিণজ্যোতিয় গগৈয়ে। শ্বহীদ বেদীত সেৱা জনাই বৃহত্‍ সংখ্যক সমৰ্থক সহ নতুন আঞ্চলিক দলটোত যোগদান

খানাপাৰাৰ পোদ্দাৰ কাৰ ৱর্ল্ডত উত্তপ্ত পৰিস্থিতিঃ পুৰণা গাড়ীত ৰং সানি গ্রাহকক বিক্রীৰ অভিযোগ

খানাপাৰাৰ পোদ্দাৰ কাৰ ৱর্ল্ডত উত্তপ্ত পৰিস্থিতিঃ পুৰণা গাড়ীত ৰং সানি গ্রাহকক বিক্রীৰ অভিযোগ

মহানগৰীৰ একাংশ গাড়ী বিক্রী প্রতিষ্ঠানত চলিছে ব্যাপক খেলিমেলি৷ একাংশ প্রতিষ্ঠানে পুৰণা গাড়ীত ৰং সানি গ্রাহকক অধিক দামত বিক্রী কৰি প্রতাৰণা কৰি আহিছে৷ শেহতীয়াকৈ খানাপাৰাস্থিত গাড়ী বিক্রীৰ প্রতিষ্ঠান পোদ্দাৰ কাৰ ৱর্ল্ডৰ বিৰুদ্ধে গ্রাহকক নতুন গাড়ীৰ সলনি পুৰণা গাড়ী বিক্রীৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ প্রতিষ্ঠানটোৱে পুৰণা গাড়ীত ৰং সানি নতুন বুলি কৈ

অতুল বৰা–কেশৱ মহন্তক ক’লা পতাকা প্রদর্শন আছুৰ

অতুল বৰা–কেশৱ মহন্তক ক’লা পতাকা প্রদর্শন আছুৰ

২০২১ৰ বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ তৎপৰতাবৃদ্ধি পাইছে৷ আজি অসম গণ পৰিষদেও সৰুপথাৰ সমষ্টিৰ সৰুপথাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰে জাতীয় ঐক্য সমাৰোহ৷ এই সমাৰোহত অংশগ্রহণ কৰে অগপ দলৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত, অগপৰ সাংস্কৃতিক সম্পাদিকা কল্পনা পাটোৱাৰীসহবহু নেতা–কর্মীয়ে৷ সভাত অগপৰ সভাপতি অতুল

নগাঁও মহখুলীত বিধ্বংসী অগ্নিকাণ্ড

নগাঁও মহখুলীত বিধ্বংসী অগ্নিকাণ্ড

নেকিবুৰ ৰহমান নামৰ লোক এজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ৷ নিশা সংঘটিত এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় নেকিবুৰৰ বাসগৃহটো ৷ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হয় প্ৰায় সাত লাখ টকাৰ সম্পত্তি ৷ কেনেদৰে অগ্নিকাণ্ড সংঘটিত হ’ল সেই কথা এতিয়া নিশ্চিত কৰিব পৰা নাই ৷

বিটিচিত আজি শপতগ্ৰহণ, কোকৰাঝাৰত কৰা হৈছে বিশাল আয়োজন

বিটিচিত আজি শপতগ্ৰহণ, কোকৰাঝাৰত কৰা হৈছে বিশাল আয়োজন

গুৱাহাটী: আজি নতুন বিটিচি প্ৰধান প্ৰমোদ বড়োয়ে বিটিচিৰ মুখ্য কাৰ্যনিৰ্বাহক সদস্য হিচাপে আজি দিনৰ ১১বজাত কোকৰাঝাৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত শপতগ্ৰহণ কৰিব ৷উল্লেখ্য যে বিটিচিৰ উপ মুখ্য কাৰ্যনিৰ্বাহকৰ আসনখনো ইউপিপিএলৰ প্ৰাৰ্থীকে দিয়া হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ