Category: Assamese News

টি আৰ পি কেলেংকাৰী : ৰিপাব্লিক টিভিৰ চি ই অ’ ক গ্ৰেপ্তাৰ

টি আৰ পি কেলেংকাৰী : ৰিপাব্লিক টিভিৰ চি ই অ’ ক গ্ৰেপ্তাৰ

ৰিপাব্লিক টিভিৰ চি ই অ’ বিকাশ খানচান্দনিক টি আৰ পি কেলেংকাৰীত গ্ৰেপ্তাৰ কৰে । দেওবাৰে ৰাতিপুৱা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিআঅঅ’ গৰাকীক । এই ঘটনাত সন্দৰ্ভত ১৩ জন লোকক আটক কৰা হৈছে। মুম্বাই আৰক্ষীয়ে ৬ অক্টোবৰত এই গোচৰত এখন এজাহাৰ ৰুজু কৰিছিল । হাংচা গৱেষণা বিষয়া নিটিন দেবকাৰৰ অভিযোগৰ পিছত

১৫ ডিচেম্বৰত বিটিচিত নতুন চৰকাৰৰ শপতগ্ৰহণ! কোকৰাঝাৰত আয়োজন কৰা হ’ব বিশাল অনুষ্ঠানৰ

১৫ ডিচেম্বৰত বিটিচিত নতুন চৰকাৰৰ শপতগ্ৰহণ! কোকৰাঝাৰত আয়োজন কৰা হ’ব বিশাল অনুষ্ঠানৰ

১৫ ডিচেম্বৰত BTCৰ নতুন চৰকাৰৰ শপতগ্ৰহণ৷ কোকোৰাঝাৰত আয়োজন কৰা হ’ব বিশাল অনুষ্ঠানৰ। আজি বিটিচিৰ নতুন চিইএম হিচাপে দায়িত্ব অৰ্পণ কৰা হয় প্ৰমোদ বড়োক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰমোদ বড়োক বিটিচি প্ৰধান হিচাপে ঘোষণা কৰে। ইয়াৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰণজিত দাস, প্ৰমোদ বড়ো আৰু নৱ শৰণীয়াই এক যৌথ সংবাদমেলৰ আয়োজন

মুখ্যমন্ত্ৰীৰ ঘোষনা : বিটিচিৰ চীফ হ’ব প্ৰমোদ বড়ো

মুখ্যমন্ত্ৰীৰ ঘোষনা : বিটিচিৰ চীফ হ’ব প্ৰমোদ বড়ো

বিটিচি পৰিষদ গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেল । বিটিচি ৰাজনীতিত নতুন সমীকৰন । বিটিচিবাসী ৰাইজক শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে ধন্যবাদ মুখ্যমন্ত্ৰীৰ । প্ৰমোদ বড়ো হ’ব বিটিচিৰ মুখ্য কাৰ্যবাহী । মুখ্যমন্ত্ৰীয়ে ঘোষনা কৰিলে এই কথা । ইউপিপিএল,জিএছপি আৰু বিজেপিৰ বৈঠকৰ পিছতে এই সিদ্ধান্ত । আনুষ্ঠানিক ভাবে এই ঘোষনা কৰে মুখ্যমন্ত্ৰীয়ে । নিৰ্বাচিত প্ৰতিনিধি

‘২০২১ত নিঃশেষ হ’ব অগপ, ৮৩০ টকীয়া অৰুণোদয় আঁচনিয়ে অপমানহে কৰিছে মহিলাক’

‘২০২১ত নিঃশেষ হ’ব অগপ, ৮৩০ টকীয়া অৰুণোদয় আঁচনিয়ে অপমানহে কৰিছে মহিলাক’

বিটিচি নিৰ্বাচন অন্ত পৰাৰ লগে লগে এতিয়া তু‌ুংগত উঠিছে তিৱা পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযান। নৃত্য গীতেৰে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ দলৰ ৷ ৩০ নং লালুংগাঁও আৰু ৩১ নং লালুংপাৰ তিৱা পৰিষদৰ দুটাকৈ সমষ্টিত কংগ্ৰেছৰ নামী-দামী নেতাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ ন কংগ্ৰেছী তথা কণ্ঠশিল্পী বাবু বৰুৱাৰ লগতে অজয়

ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণাঃ ’২১ৰ নির্বাচনত প্রার্থিত্ব নাপায় বর্তমানৰ বহু বিধায়কে

ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণাঃ ’২১ৰ নির্বাচনত প্রার্থিত্ব নাপায় বর্তমানৰ বহু বিধায়কে

বিটিচি নির্বাচনৰ পাছতে ৰাজ্যত এতিয়া ২০২১ৰ বিধানসভা নির্বাচনৰ বতাহ বলিছে৷ ক’ৰোনাকেন্দ্রিক পৰিৱেশৰ পাছত তৎপৰ হৈ পৰা ৰাজনৈতিক দলসমূহে ইতিমধ্যে ব্যাপক ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে৷ এনে নির্বাচনকেন্দ্রিক ব্যস্ততাৰ মাজতে শেহতীয়াকৈ চলিছে প্রার্থিত্বৰ চর্চা৷ আগন্তুক বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতাৰ বাবে দলীয় প্রার্থী বিচাৰি শাসকীয় বিজেপিত ইতিমধ্যে আৰম্ভ হৈছে গুণাগঁথা৷ ২০১৬ চনত নির্বাচিত হোৱা