অৱশেষত চূড়ান্ত হ’ল তাৰিখ। অহা ১১ মে’ৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। সেইদৰে ১২ মে’ৰ পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ৭
Category: Assamese News
সমগ্ৰ দেশতে প্ৰতিষেধক প্রদানৰ পৰীক্ষামূলক কুচকাৱাজ আৰম্ভ হোৱাৰ মাজতে শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড৹ হৰ্ষবৰ্ধনে ভেকচিন সমগ্ৰ দেশতে বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল। দিল্লীৰ এখন চিকিৎসালয়ত ‘Covid-19’ ভেকচিনৰ ড্ৰাই
অসুস্থ সৌৰভ গাংগুলী। ভৰ্তি কৰোৱা হ’ল পশ্চিমবংগৰ উডছলেণ্ড হাস্পতালত। খবৰ অনুসৰি, ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ সভাপতি সৌৰভ গাংগুলীক জৰুৰী বিভাগত ভৰ্তি কৰোৱা হৈছে। জনা গৈছে যে, শনিবাৰে পুৱা হঠাত্ নিজৰ ঘৰতে
নতুন বছৰত ভাল খবৰ ৷ আৰম্ভ হৈছে কোভিড ভেকচিন প্ৰদান ৷ কামৰূপ মহানগৰ জিলাত কোৰোণা ভেকচিন প্ৰদানৰ বাবে প্ৰাৰম্ভিক অৱস্থাত তিনিটা কেন্দ্ৰ বাচনি কৰা হৈছে ৷ সেইকেইটা হ’ল গুৱাহাটী চিকিৎসা
আজিৰে পৰা দেশৰ সকলো ৰাজ্যত আৰম্ভ হৈছে কোভিড ভেকচিনৰ ড্ৰাই ৰাণ। এই প্ৰক্ৰিয়াৰ জৰিয়তে দেশত কোভিড ভেকচিনৰ বাবে কিমান প্ৰস্তুত সেই কথা গম পোৱা যাব। দেশৰ সকলো ৰাজ্যৰ লগতে অসমতো