Category: Assamese News

আকৌ কাল ৰূপ লৈছে কোৰোণাই!  আমেৰিকাত এদিনতে দুই লাখ আক্ৰান্ত, ভাৰতবৰ্ষতো ঠায়ে ঠয়ে বন্ধ কৰিলে স্কুল-কলেজ, জাৰি কৰিলে সান্ধ্য আইন

আকৌ কাল ৰূপ লৈছে কোৰোণাই! আমেৰিকাত এদিনতে দুই লাখ আক্ৰান্ত, ভাৰতবৰ্ষতো ঠায়ে ঠয়ে বন্ধ কৰিলে স্কুল-কলেজ, জাৰি কৰিলে সান্ধ্য আইন

আকৌ বাঢ়িছে কোৰোণাৰ সংক্ৰমণ! পৰিস্থিতি কিছু সুস্থিৰ হোৱাৰ দিশে আগবঢ়িবলৈ লোৱাৰ সময়তে আকৌ আৰম্ভ হৈছে কোৰোণাৰ ভয়াৱহ সংক্ৰমণ। আমেৰিকা যুক্তৰাষ্ট্ৰত মাত্ৰ এদিনতে নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে প্ৰায় দুই লাখ লোক। সেইদৰে বাঢ়িছে মৃত্যু হোৱা লোকৰ সংখ্যাও। ইয়াৰ সমান্তৰালকৈ ইউৰোপৰো বহু কেইখন দেশত এতিয়া জাৰি কৰা হৈছে ল’ক ডাউন। অসমত এই

আকৌ কমিলে সোণৰ দাম, জানি লওক আজিৰ দাম

আকৌ কমিলে সোণৰ দাম, জানি লওক আজিৰ দাম

শুকুৰবাৰে কমিল সোণৰ দাম। একেৰাহে পঞ্চম দিনৰ বাবে হ্ৰাস পালে সোণৰ দাম। আজি মাল্টি কমোডিটী এক্সচেঞ্জত সোণৰ দাম ০.১১ শতাংশ হ্ৰাস পাই প্ৰতি দহ গ্ৰামত হৈছেগৈ ৫০,০২৯ টকা। কিন্তু ৰূপৰ দামত ০.৩ শতাংশ বাঢ়ি ৬১,৬৯০ টকা প্ৰতি কেজিত হৈছেগৈ। ইয়াৰ পূৰ্বে ০.৭ শতাংশ অৰ্থাত্‍ প্ৰতি দহ গ্ৰাম সোণত ৩৫০ টকা

১৯ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ ৰুদ্ৰ সাগৰ নপুখুৰীত বিশ্ব ঐতিহ্য সপ্তাহ পালন

১৯ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ ৰুদ্ৰ সাগৰ নপুখুৰীত বিশ্ব ঐতিহ্য সপ্তাহ পালন

অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয় আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কাইলৈৰ পৰা ২৫ নৱেম্বৰলৈ বিশ্ব ঐতিহ্য সপ্তাহ পালন কৰা হ’ব। এই উপলক্ষে শিৱসাগৰৰ ৰুদ্ৰ সাগৰ নপুখুৰীৰ প্ৰত্নতাত্বিক স্থানত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, লোকনিৰ্মাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহন, সাংসদ কামাখ্যা প্ৰসাদ

১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব তিৱা স্বয়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব তিৱা স্বয়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব। ৰাজ্যিক নিৰ্বাচন আয়োগে এই সম্পৰ্কীয় অধিসূচনা জাৰি কৰিছে। সেই অনুসৰি ২৫ নৱেম্বৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। ২৬ নৱেম্বৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব। ২৮ নৱেম্বৰত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। ২৮ নৱেম্বৰত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা পাব।

হাতত বন্দুক তুলি ল’বলৈ বাধ্য নকৰিবলৈ সকীয়নি গকুল বর্মনৰ

হাতত বন্দুক তুলি ল’বলৈ বাধ্য নকৰিবলৈ সকীয়নি গকুল বর্মনৰ

‘হয় কমতাপুৰ প্রদান কৰক, নহ’লে আমাক গুলীয়াই মাৰক৷ আমি নিজৰ প্রাপ্য অধিকাৰ কাঢ়ি আনিব লাগিব৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্রাপ্য অধিকাৰৰ বাবে বহু সংগ্রাম কৰা হ’ল৷ বহু ধৈর্য ধৰা হ’ল৷ আৰু ধৈর্য নধৰোঁ৷ আমাক যাতে হাতত অস্ত্র তুলি ল’বলৈ বাধ্য নকৰে, তাৰ বাবে আমি সকলো পক্ষকে সকীয়াই দিছোঁ৷’ –এই সকীয়নি সদৌ