Category: Assamese News

কেনে হ’ব ক’ৰোনাকালীন দুৰ্গাপূজা? পূজা কমিটী-পূজাৰীৰ ক’ভিড টেষ্ট বাধ্যতামূলকঃ ড০ হিমন্ত বিশ্ব শৰ্মা

কেনে হ’ব ক’ৰোনাকালীন দুৰ্গাপূজা? পূজা কমিটী-পূজাৰীৰ ক’ভিড টেষ্ট বাধ্যতামূলকঃ ড০ হিমন্ত বিশ্ব শৰ্মা

ক’ৰোনাকালীন দুৰ্গাপূজাৰ সময়ত মানি চলিব লাগিব ক’ভিড প্ৰট’কল। আজি জনতা ভৱনত সম্বোধন কৰা সংবাদমেলযোগে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্গাপূজাত মানি চলিবলগীয়া নীতি-নিৰ্দেশনা সম্পৰ্কে অৱগত কৰে। স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে দুৰ্গাপূজাক লৈ তৈয়াৰ কৰা প্ৰট’কল অনুযায়ী পূজা পতাত কোনো বাধা নাই, কিন্তু জিলা প্ৰশাসনৰ পৰা অনুমতি ল’ব লাগিব।

অসমত অহাবছৰৰ প্ৰথম ভাগতে উপলব্ধ হ’ব ক’ৰোনা ভেকচিন

অসমত অহাবছৰৰ প্ৰথম ভাগতে উপলব্ধ হ’ব ক’ৰোনা ভেকচিন

আজি জনতা ভৱনত আয়োজিত সংবাদ মেলত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ক’ভিড পৰিস্থিতি সম্পৰ্কে অৱগত কৰে। সংবাদমেলখনত মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড-১৯ৰ লগত ১ মাৰ্চৰ পৰা যুঁজ দি থকা ৰাজ্যখনে আজি ১,৯৫,০০০ ক’ভিড ৰোগীৰ সীমা চুলে। ইয়াৰে ১,৬৬,০০০গৰাকী লোক ক’ভিড ৰোগৰ পৰা ভাল হোৱাৰ বিপৰীতে সম্প্ৰতি ২৮,৪৩৯গৰাকী লোকৰ ক’ৰোনা চিকিৎসা

বাঢ়িব মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ দৰমহা, সংবাদ মেলত বিত্তমন্ত্ৰীৰ ঘোষণা

বাঢ়িব মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ দৰমহা, সংবাদ মেলত বিত্তমন্ত্ৰীৰ ঘোষণা

  ৰাজ্যৰ মধ্যাহ্ন কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হ’ব। আজি জনতা ভৱনত আয়োজিত সংবাদ মেলত বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ দৰমহা বঢ়োৱাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত বৰ্তমান ১,১৮,৯৯৮গৰাকী মধ্যাহ্ন ভোজন কৰ্মচাৰী আছে আৰু এই কৰ্মচাৰীসকলৰ দৰমহা কেন্দ্ৰীয় চৰকাৰৰ পৰা দি অহা হৈছে। এতিয়া ১

শিক্ষাগুৰুৰ কুকাণ্ড! বঙাইগাঁৱত অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ

শিক্ষাগুৰুৰ কুকাণ্ড! বঙাইগাঁৱত অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ

বঙাইগাঁৱৰ বিদ্যাপুৰ আৰক্ষী চকীত নিশা উত্তপ্ত পৰিস্থিতি৷ ছাত্ৰীক শ্লীলতা হানিৰ অপচেষ্টা চলোৱা বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে প্ৰতিবাদ স্থানীয় ৰাইজৰ৷ বিদ্যাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তমচেৰ আলী আহমেদৰ বিৰুদ্ধে এই গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে৷ অধ্যক্ষজনে বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তে নৱম শ্ৰেণীৰ ছাত্ৰীএগৰাকীক নিজ কোঠালৈ মাতি নি শ্লীলতা হানিৰ অপচেষ্টা চলোৱাৰ অভিযোগ

তেজ দিম মাটি নিদিও, হাজাৰ হাজাৰ মিচিং লোক ওলাই আহিল চৰকাৰৰ বিৰুদ্ধে

তেজ দিম মাটি নিদিও, হাজাৰ হাজাৰ মিচিং লোক ওলাই আহিল চৰকাৰৰ বিৰুদ্ধে

ভূমিপুত্ৰৰ মাটি ভেটি সুৰক্ষাৰ কথা কোৱা চৰকাখনৰ দিনত গহপুৰৰ দহখন ৰাজহ গাঁৱৰ ১৫শ লোকক মাটি-ভেটি এৰি যাবলৈ নিৰ্দেশ দিছে প্ৰশাসনে। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ দোহাই খিলঞ্জীয়া মিচিং জনগোষ্ঠীয় লোকক ১৫ দিনৰ ভিতৰত ঘৰ–বাৰী এৰি যাবলৈ প্ৰশাসনৰ লোকে সময়সীমা বান্ধি  দিয়াৰ লগে লগে এতিয়া ক্ষোভৰ জুই জ্বলিছে গহপুৰৰ দক্ষিণাঞ্চলত। স্থানীয় টি এম