Category: Assamese News

বাঢ়িব মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ দৰমহা, সংবাদ মেলত বিত্তমন্ত্ৰীৰ ঘোষণা

বাঢ়িব মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ দৰমহা, সংবাদ মেলত বিত্তমন্ত্ৰীৰ ঘোষণা

  ৰাজ্যৰ মধ্যাহ্ন কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হ’ব। আজি জনতা ভৱনত আয়োজিত সংবাদ মেলত বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ দৰমহা বঢ়োৱাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে কয়

শিক্ষাগুৰুৰ কুকাণ্ড! বঙাইগাঁৱত অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ

শিক্ষাগুৰুৰ কুকাণ্ড! বঙাইগাঁৱত অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ

বঙাইগাঁৱৰ বিদ্যাপুৰ আৰক্ষী চকীত নিশা উত্তপ্ত পৰিস্থিতি৷ ছাত্ৰীক শ্লীলতা হানিৰ অপচেষ্টা চলোৱা বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে প্ৰতিবাদ স্থানীয় ৰাইজৰ৷ বিদ্যাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তমচেৰ আলী আহমেদৰ বিৰুদ্ধে এই গুৰুত্বৰ অভিযোগ

তেজ দিম মাটি নিদিও, হাজাৰ হাজাৰ মিচিং লোক ওলাই আহিল চৰকাৰৰ বিৰুদ্ধে

তেজ দিম মাটি নিদিও, হাজাৰ হাজাৰ মিচিং লোক ওলাই আহিল চৰকাৰৰ বিৰুদ্ধে

ভূমিপুত্ৰৰ মাটি ভেটি সুৰক্ষাৰ কথা কোৱা চৰকাখনৰ দিনত গহপুৰৰ দহখন ৰাজহ গাঁৱৰ ১৫শ লোকক মাটি-ভেটি এৰি যাবলৈ নিৰ্দেশ দিছে প্ৰশাসনে। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ দোহাই খিলঞ্জীয়া মিচিং জনগোষ্ঠীয় লোকক ১৫ দিনৰ

ধোনীৰ কন্যাক বলাৎকাৰৰ ভাবুকি দিয়া কিশোৰ আৰক্ষীৰ জালত!

ধোনীৰ কন্যাক বলাৎকাৰৰ ভাবুকি দিয়া কিশোৰ আৰক্ষীৰ জালত!

জনপ্ৰিয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ ৫ বছৰীয়া কন্যাক ভাবুকি দিয়া এজন কিশোৰক আটক। দেওবাৰে গুজৰাটৰ কুট্চ জিলাৰ পৰা ১৬ বছৰীয়া কিশোৰজনক আটক কৰা বুলি আৰক্ষী সূত্ৰই সদৰি কৰিছে। সংবাদ মাধ্যমৰ

বিজেপিয়ে অসমীয়াৰ আৱেগৰ লগত খেলা কৰিছেঃ দীপাংক নাথ

বিজেপিয়ে অসমীয়াৰ আৱেগৰ লগত খেলা কৰিছেঃ দীপাংক নাথ

অসম আন্দোলনৰ অগ্রণী নেতা তথা ৰাজ্যৰ মুখ্যমন্ত্রীৰ একালৰ সতীর্থ, সদৌ অসম ছাত্র সন্থাৰ প্রাক্তন সাংগঠনিক সম্পাদক, কোকৰাঝাৰ জিলা ছাত্র সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদক তথা কালিপুখুৰী কাকোৰমাৰী গাঁও নিৱাসী গৌতম ৰায়ৰ