দুই এদিনতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ তথা বৰ্তমানৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াক নিযুক্তি দিয়া হ’ব। কংগ্ৰেছৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে,অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকীয়ে দিয়া প্ৰতিবেদনৰ ভিত্তিত দেৱব্ৰত শইকীয়াক হাইকামাণ্ডে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে,দিল্লীত বাহৰ পাতি আছে
Category: Assamese News
গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত দীর্ঘদিন ধৰি নাৰী দেহৰ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ এইবাৰ এটা চক্ৰই ছ’চিয়েল মিডিয়াৰ জৰিয়তে সুন্দৰী যুৱতীৰ ফটো গ্রাহকলৈ পঠিয়াই নাৰী দেহৰ বেহা চলাই আহিছিল৷ মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত কালি হাতীগাঁও আৰক্ষীয়ে ঘোঁৰামৰাত অভিযান চলাই এটা নাৰী দেহ ব্যৱসায়ী চক্রক উৎখাত কৰিবলৈ
মাস্ক পৰিধান নকৰা সকলৰ হাতত তুলি দিলে একোখনকৈ মাস্ক | মঙলদৈ ইলেকট্ৰনিক মিডিয়া ফৰামৰ উদ্যোগত আজি কৰুণাৰ এক সজাগতা যাত্ৰা আৰম্ভ হয় | কালৰূপী কৰণা দৰঙত তীব্রৰুপ ধাৰণ কৰাৰ লগতে কেবাজনৰো প্রাণ কাঢ়ি নিলে | জিলাখনত কৰোনা ৰোগীৰ সংখ্যা প্রায় চাৰি হাজাৰৰ দিশে | এনে এক জটিল পৰিস্থিতিৰ মাজতো একাংশ
২০১৪ চনত বিজেপি দলে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পূৰ্বে দৰিদ্ৰতা দূৰিকৰণ কৰাৰ উদ্যেশ্যে দিয়া প্ৰতিশ্ৰুতি চৰকাৰ গঠন কৰাৰ পিছত দ্বিতীয়টো কাৰ্যকালটো ৰক্ষা নকৰিলে ৷ এই অভিযোগ উত্থাপন কৰিছে দৰং জিলা যুৱ কংগ্ৰেছ কমিটীয়ে। এবছৰত ২ কোটি নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ আনহাতে, সৰ্বানন্দ সোনোৱাল
পশ্চিম দৰঙৰ দিপীলাস্থ জ্ঞানদীপ একাডেমি সভাগৃহত অসম নৱ নিৰ্মাণ মঞ্চৰ কেন্দ্ৰীয় নেতৃবৰ্অগৰ উপস্থিতিত অনুস্হিত হোৱা সাংগঠনিক সভাৰ জৰিয়তে গঠন কৰা হ”ল অসম নৱ -নিৰ্মাণ মঞ্চৰ দৰং জিলা সমিতি খন । সভাত দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিৰ লগতে কেন্দ্ৰীয় সমিতিৰ সভাপতি অপূৰ্ব কুমাৰ কলিতা, উপ সভাপতি ভাস্কৰ চহৰীয়া, সাধাৰণ সম্পাদক কৃষ্ণ