গুৱাহাটী: বলীউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাক লৈ নতুন নতুন বিতৰ্কৰ সৃষ্টি হৈছে।ইয়াৰ মাজতে বিশিষ্ট সাংবাদিক অৰ্ণৱ গোস্বামীয়ে বলীউদক জনসাধাৰণৰ মাজত যিধৰণে উপস্থাপন কৰিছে তাত অসন্তুষ্ট হৈ পৰিছে পৰিচালক ৰাম গোপাল বাৰ্মা।উল্লেখযোগ্য যে,বাৰ্মাই এটাৰ পাছত আন এটা টুইটৰ জৰিয়তে সাংবাদিক গৰাকীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে।ইতিমধ্যে ৰাম গোপাল বাৰ্মাই কয়
Category: Assamese News
‘ কা’ বিৰোধী কাৰাৰুদ্ধ নেতা অখিল গগৈ, ড০ কাফিল খান আৰু দেৱেনজ্ঞনা কলিতাকে ধৰি সকলো নেতাক বিনাচৰ্তে মুক্তি আৰু অখিল গগৈৰ উপযুক্ত চিকিৎসাৰ দাবীত আজি বৰপেটাৰ জিলাৰ খৰিচালাত সচেতন ছাত্ৰ-যুৱ সমাজ আৰু ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কলগাছিয়া মহকুমাৰ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত অঞ্চলটোৰ শতাধিক ছাত্ৰ-যুৱ
সীমান্ত সুৰক্ষা বাহিনীৰ দ্বাৰা সংঘটিত পশ্চিম দৰঙৰ দিপীলা ৰ গনহত্যাৰ আজি 29 বছৰ । 1991 চনৰ 27জুলাই আজিৰ দিনটো ৰাজ্য বাসিৰ বাবে এক ক’লা দিন হিচাপে চিন্তিত হৈ পৰিছে । এই অভিশপ্ত দিনটোত চৰকাৰী সীমান্ত সুৰক্ষা বাহিনীৰ উগ্ৰপন্থী দমনৰ নামত নীৰিহ লোকৰ ওপৰত বৰ্বৰ ভাৱে নৃশংস অত্যাচাৰ কৰাৰ জলন্ত স্বাক্ষৰ
🔸 বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতালত কোভিড পজিটিভ গৰ্ভৱতী মহিলাৰ অস্ত্ৰোপচাৰ ৷ 🔸পি পি ই কিট পিন্ধি নিশা এঘাৰ বজাত জৰুৰীভাৱে অস্ত্ৰোপচাৰ কৰিলে চিকিৎসা মহাবিদ্যালয় হস্পিতালখনৰ চিকিৎসকে ৷ Wearing PPE kits, our team in Barpeta Medical College has conducted the first Caesarean section of a COVID positive pregnant lady. My sincere
নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান । অভিযানত জব্দ বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য৷ চকীটোপৰ হাজীপাৰা অঞ্চলত অভিযান চলাইছিল নগাঁও সদৰ থানাৰ নগৰ শাখা আৰক্ষীয়ে ।নগৰ শাখাৰ উপঃপৰিদৰ্শক কুন্দন ৰবিদাসৰ নেতৃত্বত চলা এই অভিযানত AS02T 9529 নম্বৰৰ এখন দুইচকীয়া বাহনো জব্দ কৰে আৰক্ষীয়ে ।