দিছপুৰ পলিক্লিনিকৰ ৩৮ নাৰ্ছৰ শৰীৰত COVID পজিটিভ ২২ গৰাকীৰ শৰীৰত বুধবাৰেই ধৰা পৰিছিল ভাইৰাছ আজি নতুনকৈ ১৬ গৰাকীৰ শৰীৰত COVID19 ধৰা পৰিছে ৰেপিড টেষ্টত COVID ধৰা পৰিছে এওঁলোকৰ গাত
Category: Assamese News
অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতিকংগনাক ধৰ্ষণ, এচিড আক্ৰমণ আৰু হত্যাৰ ভাবুকি। দিছপুৰ থানাত অভিনেত্ৰী গৰাকীৰ লগতে স্বামী তথা জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰে দাখিল কৰিলে এজাহাৰ। এজাহাৰত উল্লেখ কৰা হৈছে যে, ‘বেগম জান’ নামৰ ধাৰাবাহিক খনত অভিনয় কৰাৰ বাবেই অভিনেত্ৰীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালক ফোন যোগে বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰা হৈছে। সমগ্ৰ
কোৰোণা ভাইৰাছত আক্ৰান্ত হ’ল কৃষক নেতা অখিল গগৈ। বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল অখিল গগৈ। কৃষক নেতাগৰাকীৰ দেহত কোৰোণা ভাইৰাছৰ সকলোবোৰ লক্ষণে দেখা দিছিল। বৃহস্পতিবাৰে ৰিপৰ্ট অহাৰ পিছতে অখিল গগৈৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰে। সম্প্ৰতি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে আছে অখিল গগৈ। উল্লেখযোগ্য যে কেইদিনমানৰ পৰা কোৰোণাৰ লক্ষণে দেখা
সমগ্ৰ অসমৰ লগতে বাঘবৰ সমষ্টিতো বানপানীয়ে বিস্তৰ ক্ষতি সাধন কৰিছে ,সেয়ে বানপানীত ক্ষতি হোৱা সমষ্টিৰ বিভিন্ন অঞ্চল পৰ্যবেক্ষণ কৰে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় যুৱক সকলে। বিভিন্ন দল সংগঠনৰ লগতে বাঘবৰ সমষ্টিৰ এই আই ইউ ডি এফ কমিটিৰ ফালৰ পৰা বানত ক্ষতিগ্ৰস্ত হোৱা দুখীয়া মানুহক কিছু খোৱা বস্তুৰ লগতে আৰ্থিক
গুৱাহাটী: দেওবাৰৰ পৰা লকডাউন ঘোষণা কৰা হৈছে।দেওবাৰৰ পৰা ১৪ দিনৰ বাবে লকডাউন ঘোষণা।দেওবাৰৰ নিশা ১২-৩০ বজাৰ পৰা লকডাউন আৰম্ভ হ’ব। এইবাৰ লকডাউন পূৰ্বতকৈ অধিক কঠোৰ হ’ব।ইতিমধ্যে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে। এই সময়ছোৱাত ফাৰ্মাচিৰ বাহিৰে সকলো বন্ধ থাকিব। চৰকাৰী বিষয়াও বিনা কাৰণত ৰাস্তাত ওলাই আহিব