সুশান্ত সিং ৰাজপুতৰ অস্বাভাৱিক মৃত্যুকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেত্ৰী উৰ্বশী ৰৌটেলাই। বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছে বলীউদৰ বহু ভিতৰুৱা কথা। ইজনৰ পিছত সিজন অভিনেতাই মুকলিকৈ কৈছে বহু কথা। এইবাৰ অভিনেত্ৰী উৰ্বশী ৰৌটেলাই কৰিছে বিশেষ মন্তব্য। ২০১৩ চনত ‘সিং সব দ্যা গ্ৰেট’ ছবিৰ জৰিয়তে বলীউদত
Category: Assamese News
গুৱাহাটী: লকডাউনৰ মাজতেই সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ডবকাৰ ভেলৌগুৰিত এগৰাকী আদিবাসী কিশোৰীক দলবদ্ধ বলাৎকাৰ কৰি হত্যা কৰিলে একেগাঁৱৰে কেইজনমান যুৱকে। মঙলবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা। কিন্তু বুধবাৰেহে পোহৰলৈ আহে এই কাণ্ডৰ সবিশেষ। ঘটনাৰ বিৱৰণিৰ মতে, নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ একেখন গাঁৱৰে কেইজনমান যুৱকে প্ৰৱেশ কৰিছিল কিশোৰীগৰাকীৰ
গুৱাহাটী: মঙলদৈত হোম কোৱাৰেণ্টীন শেষ কৰা দুজন যুৱকৰ দেহত পোৱা গৈছে কৰ’না। চেন্নাইৰ পৰা ৰে’লৰে আহি ১২জুনলৈ কোৱাৰেণ্টীনত আছিল যুৱক দুজন। ১৩ জুনত দুয়ো ওলাই গৈছিল বজাৰ কৰিবলৈ। মঙলদৈৰ এটা ATMৰ পৰা উলিয়াইছিল ধন। ১৪জুনত শহুৰৰ ঘৰত ধৰ্মীয় অনুষ্ঠানত ভাগ লৈছিল এজন যুৱকে। সেই দিনাই দুয়োজনৰে SWAB পৰীক্ষাৰ ফলাফল অহাত
গুৱাহাটী: কোভিড-১৯ত আক্ৰান্ত হৈ নাৰায়ণপুৰৰ যুৱতীৰ দিল্লীত মৃত্যু। মৃত যুৱতীগৰাকীৰ নাম ছোনীয়া দেউৰী। নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱৰ পাহাৰসিং দেউৰী আৰু দিদৌবা দেউৰীৰ কন্যা ছোনীয়া দেউৰী। বিগত ১২ বছৰ ধৰি দিল্লীৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল ছোনীয়া। বুধবাৰে সন্ধিয়া ৫-৩০ বজাত দিল্লীৰ এইমছৰ ট্ৰমা চেন্টাৰত মৃত্যু হয় যুৱতী গৰাকীৰ। যুৱতী গৰাকীৰ আকস্মিক
‘লাভ ইউ মা, লাভ ইউ দেউতা, ভাইটিক ভালদৰে পঢ়াবা’ কিশোৰীগৰাকীৰ গোৰেশ্বৰৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। সোমবাৰে কিশোৰীগৰাকীৰ ঘৰলৈও আহিছিল যুৱকজন। নলবাৰী চাঞ্চল্যকৰ ঘটনা। ৰে’লৰ আগত থিয় হৈ নিজকে শেষ কৰি পেলালে এগৰাকী কিশোৰীয়ে। নলবাৰীৰ বৰকুৰা ৰে’লগে’টত সংঘটিত হৈছে এই ঘটনা। কেইবাটাও টিকটক ভিডিঅ’ বনাই তাৰ পিছতে উজনিমুৱা শ্ৰমিক