ক’ৰোনাৰ ভাইৰাছক প্ৰতিহত কৰিবলৈ নিতৌ ন ন পন্থা অৱলম্বন কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে । যিসকল ৰোগীৰ দেহত এই ভাইৰাছৰ লক্ষণ দেখা পোৱা গৈছে সেইসকলক ১৪ দিনৰ বাবে হোম কোৱাৰেণ্টাইন কৰা হৈছে যদিও বহুলোকে মানি চলা নাই চৰকাৰী এই নিয়ম । অৱশ্য়ে হোম কোৱাৰেণ্টাইনত থকা এইসকল ব্যক্তিয়ে যাতে কোনো কাৰণতে বাহিৰত
Category: Assamese News
ৰাজ্যসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই! আজি সংগ্ৰহ কৰিব মনোনয়ন পত্ৰ। কংগ্ৰেছ–AIUDFৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই অসমৰ পৰা খালী হোৱা ৰাজ্যসভাৰ এখন আসনত প্ৰাৰ্থীত্ব আগবঢ়োৱাতো ইতিমধ্যে চুড়ান্ত হ’ল। Source
বুধবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰে বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন । ৪ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণৰ আৰু ফলাফল ঘোষণা কৰা হ’ব ৮ এপ্ৰিলত । ১৮ মাৰ্চত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন । ১৯ মাৰ্চত মনোনয়ন পৰীক্ষা কৰাৰ পাচতেই ২১ মাৰ্চত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন বুলি জানিব দিয়ে নিৰ্বাচন আয়োগে
কাৰাবন্দী হৈয়ে থাকিব লাগিব ৰঞ্জন দৈমাৰী | জামিন নাপালে NDFBৰ ৰঞ্জন দৈমাৰীয়ে পৃথক বিচাৰপীঠত নহ’ল জামিনৰ শুনানি | নিৰ্দিষ্ট বিচাৰপীঠলৈ গোচৰ পঠিয়াবলৈ নিৰ্দেশ গুৱাহাটী হাইক’ৰ্টৰ | বড়ো শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ জামিন পাইছিল ৰঞ্জন দৈমাৰীয়ে | ৪ সপ্তাহৰ জামিন দিয়া হৈছিল ৰঞ্জন দৈমাৰীক |
ঈশ্ফাক আলি: ডিব্ৰুগড়: সদৌ মৰাণ ছাত্ৰ সন্থা , ডিব্ৰুগড় বিশ্ববিদ্যালয় সমিতিয়ে জ্যোতি বাটচৰা প্ৰাঙ্গনত মৰাণ জাতীয় শ্বহীদ বিনন্দ মৰাণক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । উক্ত অনুষ্ঠানটো আঁৰ ধৰে সদৌ মৰাণ ছাত্ৰ সন্থা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমিতিৰ সাধাৰণ সম্পাদক তপন মৰাণ দেবে । অনুষ্ঠানটোৰ ভাষণ প্ৰসংগত সেই সমিতি খনৰে সভাপতি পৰাগ চেতিয়াই