Orang Jan 6: ৰবিবাৰে বিয়লি ৭’৩০ মান বজাত ওৰাঙৰ বগৰীবাৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী । নিহত চাইকেল আৰোহী জনৰ নাম পৰেশ মাহাতু। নিহত পৰেশ মাহাতুৰ ঘৰ ওৰাঙৰ চমুৱা গাৱঁত বুলি জানিব পৰা গৈছে । দুৰ্ঘটনা সংঘটিত কৰা মটৰ
Category: Assamese News
হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি আৰম্ভণি কৰে সংবাদমেল অগপ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই । “হিমন্তই CAA’ ক লৈ বিভ্ৰান্তিকৰ মন্তব্য কৰি আহিছে,” কয় মন্ত্ৰী গৰাকীয়ে । হিমন্ত বিশ্বক বহুবল্কী বিশৃংখল মন্ত্ৰীৰ আখ্যা ৷ ২.৫ কোটি বাংলাদেশী ভাৰতলৈ আহিব CAA হোৱাৰ পিছত ৷ এই তথ্য প্ৰমাণ সবকাৰে আগবঢ়াইছে বাংলাদেশৰ সংখ্যালঘু নেতা
তেজপুৰ : ডিচেম্বৰ ৫: দৰং মহাবিদ্যালয়ৰ পৰা দেওবাৰে পূৱা কাজিৰঙালৈ চাইকেলৰে গৈছিল এন.চি.চিৰ এটা দল। কলিয়া ভোমোৰা দলং অতিক্ৰম কৰাৰ পিছত ৩৭এ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত এন.চি.চি কেডেট তথা তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰী অঞ্জলি ৰাই নিহত। দেওবাৰে পূৱা সংঘটিত হয় দুৰ্ঘটনা । ঘন কুৱলীৰ বাবে কলিয়াভোমোৰা দলং অতিক্ৰম কৰাৰ পিছতে পিক
Gossaigaon,Dec 28-গোসাঁইগাঁও জিলা সমিতি (আমছু)ৰ নিৰ্দেশমৰ্মে ভাওৰাগুৰী আঞ্চলিক সমিতিৰ উদ্যোগত ৭২৩ নং মোৱামাৰী নিম্ন প্ৰাথামিক বিদ্যালয়ৰ প্ৰাঙ্গনত আমছুৰ ২ নং দক্ষিন মুছলমানৰ পুৰণা শাখা সমিতিখন ভঙ্গ কৰি নতুনকৈ গঠন কৰা হয়। আমছুৰ ভাওঁৰাগুৰী আঞ্চলিক সমিতি সভাপতি জাকিৰ হোসেন আকন্দৰ নেতৃত্বত পৰিচালিত সভাখনত জিলা আমছু তথা গোসাঁইগাঁও আঞ্চলিক ইউনিয়নৰ ভালেসংখ্যক আমছু
টীয়ক, ২৩ ডিচেম্বৰ : ঈশ্ফাক আলি: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমত সৰ্বত্তে প্ৰতিবাদ চলি থকাৰ সময়তে ক’লা আইন ‘নিয়া’ৰ গোচৰত গ্ৰেপ্তাৰ হবলগীয়া হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ। আনহাতে অখিল গগৈৰ মাতৃয়ে পুত্ৰৰ মুক্তিৰ দাবীত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিল। স্বাস্থ্যজনীত কাৰণত অসুস্থ মাতৃৰ নিজ গৃহত উপস্থিত হৈ স্বাস্থ্যৰ