মানুহৰ জীৱনশৈলী যিমানেই আধুনিকৰ পৰা আধুনিকতৰ হৈ পৰিছে, গাড়ীখন সিমানেই অধিকাংশ মানুহৰ জীৱনৰ অংগস্বৰূপ হৈ পৰিছে। কিয়নো গাড়ীখনে আমাৰ জীৱনটোক বহুলাংশে সহজ কৰি তুলিছে । ব্যক্তিগত গাড়ী নথকা সকলেও আশা কৰে নিজাকৈ এখন গাড়ী কিনিবলৈ। কিন্তু আপোনাৰ মৰমৰ গাড়ীখনেও কেতিয়াবা ৰোগ মাতি আনিব পাৰে বুলি বাৰু আপুনি জানেনে ? আপুনি
Category: Assamese News
হাঁচিৰ সমস্যা থাকিলে নহৰুৰ দ্বাৰাও উপকাৰ পাব। এলাৰ্জিৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে নহৰুৰ বিকল্প নাই। নহৰুৱে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। ঠাণ্ডা লাগিয়ে হওক, এলাৰ্জিৰ পৰাই হওক বা কোনো গোন্ধৰ কাৰণেই হওক, হাঁচি অতি সাধাৰণ এক বিষয়। কিন্তু বহুতৰ ক্ষেত্ৰতে দেখা যায় যে এবাৰ হাঁচি আৰম্ভ হ’লে ৰখাৰ নামেই নলয়
ঘোষণা হ’ল অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফল। অসম লোকসেৱা আয়োগে আজি ঘোষণা কৰে ফলাফল সমূহ। ACS, APS আৰু অন্যান্য সংলগ্ন সেৱাৰ বাবে সৰ্বমুঠ ৯১৩গৰাকী প্ৰাৰ্থী নিযুক্তিৰ বাবে চৰকাৰলৈ নাম প্ৰেৰণ কৰিছে আয়োগে। অসম অসামৰিক সেৱাত গৌৰীপুৰৰ ৰচিকা ইছলামে প্ৰথম স্থান লাভ কৰে। মিৰ্জাৰ দীক্ষিত দাসে
ঘোষণা হ’ল অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফল (APSC Results 2022)। ACS, APS আৰু অন্যান্য সংলগ্ন সেৱাৰ বাবে সৰ্বমুঠ ৯১৩গৰাকী প্ৰাৰ্থী নিযুক্তিৰ বাবে চৰকাৰলৈ নাম প্ৰেৰণ কৰিছে আয়োগে। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত প্ৰথম স্থান লাভ কৰে ধুবুৰীৰ গৌৰীপুৰৰ মাটিয়াবাগৰ ৰছিকা ইছলামে। মাটিয়াবাগৰ বাসিন্দা তথা সেনা বাহিনীৰ
বুধবাৰে ঘোষণা হয় অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। সৰ্বমুঠ ৯১৩ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে এই পৰীক্ষাত। এই পৰীক্ষাত অসম অসামৰিক সেৱাত প্ৰথম স্থান লাভ কৰে ধুবুৰীৰ গৌৰীপুৰৰ ৰছিকা ইছলাম। এই খবৰ লাভ কৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত আনন্দ-উল্লাসৰ সৃষ্টি হয়। ২০২১ চনৰ এপিএছচি পৰীক্ষাতো উত্তীৰ্ণ হৈছিল ৰছিকা।বৰ্তমান