Category: Assamese News

মহানগৰীৰ মাজমজিয়াৰ পৰা শিশু নিৰুদ্দেশ!

মহানগৰীৰ মাজমজিয়াৰ পৰা শিশু নিৰুদ্দেশ!

 মহানগৰীৰ মাজমজিয়াৰ পৰা শিশু নিৰুদ্দেশ।  আঠগাঁও আলু গুদামৰ সমীপৰ পৰা নিৰুদ্দেশ হয় কণমানি শিশুটি।  বৃহস্পতিবাৰে নিজ বাসগৃহৰ চৌহদৰ বাহিৰত খেলি থকা অৱস্থাত সন্ধানহীন হয় শিশুটি ৷  অচিনাক্ত দুৰ্বৃত্তই শিশুটিক অপহৰণ কৰি নিয়াৰ সন্দেহ পৰিয়ালৰ ৷  ভৰলুমুখ থানাত পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ ৷  আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও শুকুৰবাৰেই নোলাল

প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক

প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক

No entryৰে সুমুৱাটো মোৰ ভুল আছিলঃ জ্ঞানদীপ হাজৰিকা। আৰক্ষী বিষয়াগৰাকীক শাস্তি দিয়া বুলি শুনিছো, এতিয়া মই কি ক’ম!! “মোক থানাৰ ভিতৰত প্ৰহাৰ নাই কৰা কিন্তু ফাঁচী বজাৰত প্ৰহাৰ কৰিছে। গালত অলপ দুখ পাইছো” মই কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰ হৈ থাকোতেই ডেলিভেৰি বয় হিচাপে কাম কৰি আছিলো। আৰু এটা পৰীক্ষা

মেধাৱী ছাত্ৰ প্রিয়াংশুক হত্যা কৰিছিল আৰক্ষী কনিষ্টবল বীৰেন্দ্ৰ সিঙে!

মেধাৱী ছাত্ৰ প্রিয়াংশুক হত্যা কৰিছিল আৰক্ষী কনিষ্টবল বীৰেন্দ্ৰ সিঙে!

আৰক্ষীৰ এগৰাকী কনিষ্টবলে হত্যা কৰিলে এম বি এ পঢ়ি থকা এগৰাকী শিক্ষাৰ্থীক। চাঞ্চল্যকৰ এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ আহমেদাবাদত। যোৱা কিছুদিনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ মেৰঠৰ এগৰাকীক আহমেদাবাদত হত্যা কৰিছিল দুৰ্বৃত্তই। ইয়াৰ পিছতেই আহমেদাবাদ আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল যদিও দুৰ্বৃত্তৰ কোনো সন্ধান পোৱা নাছিল। মৃত শিক্ষাৰ্থীৰ পৰিয়ালে ন্যায়

ৰাজ্যত দিনক দিনে বৃদ্ধি পাৱলৈ ধৰিছে বোৱাৰী পলায়নৰ ঘটনা; এইবাৰ স্বামীৰ টকা লৈ পলায়ন

ৰাজ্যত দিনক দিনে বৃদ্ধি পাৱলৈ ধৰিছে বোৱাৰী পলায়নৰ ঘটনা; এইবাৰ স্বামীৰ টকা লৈ পলায়ন

ৰাজ্যত দিনক দিনে বৃদ্ধি পাৱলৈ ধৰিছে বোৱাৰী পলায়নৰ ঘটনা ।এইবাৰ স্বামীৰ টকা লৈ পলায়ন কৰিলে ৬ বছৰীয়া কণ্যা সহ মাতৃ ।উপায়ন্তৰ হৈ স্বামীয়ে দাখিল কৰিলে এজাহাৰ। নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত লাউঠাৰি গাওঁৰ ৰহিম আলীৰ পত্নী আচমা খাতুন ৬ বছৰীয়া কন্যা সহ নিৰুদ্দেশ হৈ আছে ।ঘটনাৰ বিবৰণী মতে,যোৱা ৬

ভাৰতৰ জনজাতীয় সম্প্ৰদায়সমূহৰ বাবে বহুবোৰ প্ৰথম পদক্ষেপ

ভাৰতৰ জনজাতীয় সম্প্ৰদায়সমূহৰ বাবে বহুবোৰ প্ৰথম পদক্ষেপ

সমগ্ৰ দেশৰ জীৱন ধাৰণৰ পৰিস্থিতি উন্নত কৰা আৰু জনজাতীয় সম্প্ৰদায়সমূহক শক্তিসমৃদ্ধ কৰাৰ বাবে জনজাতীয় কল্যাণৰ ক্ষেত্ৰত এক অভূতপূৰ্ব প্ৰতিশ্ৰুতিবদ্ধতাৰে এক ৰূপান্তৰশীল পৰিৱৰ্তনৰ মাজেৰে আগবাঢ়িছে ভাৰত। বহু বছৰৰ  অৱহেলাৰ পিছত, কেৱল ব্যৱধানবোৰ আঁতৰোৱাই নহয়, লগতে তেওঁলোকৰ ঐতিহ্য উদযাপন কৰা, তেওঁলোকৰ যুৱপ্ৰজন্মক শক্তিসমৃদ্ধ কৰা, স্বাস্থ্যসেৱাৰ প্ৰৱেশানুকূলতা উন্নত কৰা, আৰু অৰ্থনৈতিক সুযোগ প্ৰদান