কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে এতিয়া অধীৰ আগ্ৰহেৰে অষ্টম দৰমহা আয়োগলৈ অপেক্ষা কৰি আছে। ৩১ ডিচেম্বৰত অন্ত পৰিব সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল। কেন্দ্ৰীয় চৰকাৰে ২০২৫ চনৰ নৱেম্বৰ মাহত অষ্টম দৰমহা আয়োগ নিয়মত অনুমোদন জনাইছিল আৰু পেনেলক প্ৰতিবেদন দাখিল কৰিবলৈ ১৮ মাহৰ সময় প্ৰদান কৰিছিল। ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা, ভাট্টা
Category: Assamese News
পোনপ্ৰথমে তথ্য পৰীক্ষা কৰক- গৌৰৱ গগৈৰ মিছা অভিযোগক তীব্ৰ সমালোচনা মন্ত্ৰী শ্ৰীজয়ন্ত মল্লবৰুৱাৰ গুৱাহাটী: কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম (X) যোগে কৰা এক মন্তব্যক লৈ ৰাজনৈতিক মহলত বিতৰ্কৰ সৃষ্টি হৈছে। গৌৰৱ গগৈয়ে এখন বিদ্যালয়ত সংঘটিত হোৱা এটা ঘটনাক ভুলবশত নলবাৰী সমষ্টিৰ সৈতে সংযোগ কৰি কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক
২১ ডিচেম্বৰ তাৰিখে বৰপেটাত ডেন্স নৃত্যম শীৰ্ষক এক প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল৷এই প্ৰতিযোগিতাত বৰপেটা জিলাৰ সৰভোগৰ পম্পী ডেন্স একাডেমিৰ ১০ গৰাকী ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছিল আৰু এগৰাকী মডেলিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল৷প্ৰতিযোগিতাৰ অন্তত একাডেমিখনৰ ১০ গৰাকীয়ে শ্ৰেষ্ঠ বঁটা পাবলৈ সক্ষম হোৱাৰ লগতে Next Star Of Assam Reality Show ৰ Mega Round লৈ পোণপটীয়াকৈ
আজি জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত N24 Assam ৰ অসম নাচোন অনুষ্ঠানতে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত দখলাৰ বিশিষ্ট সমাজকৰ্মী তথা বীণাপাণি জ্যোতিষ কাৰ্যালয়ৰ স্বত্বাধিকাৰী অপূৰ্ব দেৱ শৰ্মালৈ এই বৰ্ষৰ “সমাজ হিতৈষী বঁটা ২০২৫” আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানতে কেবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ বিশেষ বিশেষ বঁটা প্ৰদান কৰে। উল্লেখ্য
যোগদান কাৰ্যসূচী, বুথ সভাৰে নিৰ্বাচনী কুচকাৱাজ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ ফলত আগন্তুক বিধানসভা নিৰ্বাচনত আঞ্চলিক দল অসম গণ পৰিষদৰ বাবে বহুকেইটা সমষ্টি সুবিধাজনক হিচাপে বিবেচিত হৈছে। তেনে এটা সমষ্টি হ’ল বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বিধানসভা সমষ্টি। পূৰ্বৰ অভয়াপুৰী উত্তৰ আৰু দক্ষিণ সমষ্টিৰ মূলতঃ সংখ্যালঘু প্ৰধান অঞ্চলসমূহ অন্তৰ্ভুক্ত কৰি নতুনকৈ সৃজনগ্ৰাম বিধানসভা সমষ্টি গঠন